মোৰ নাম তন্ময়
মই ষষ্টম শ্ৰেণীত পঢ়োঁ
ভাল ছাত্ৰ হবলৈ
পঢ়াই মোৰ কাম
দোকমোকালিতে উঠো
পঢ়াৰ কথা ভাৱি
লিখা পঢ়া মোৰ কাম
ভৱিষ্যতে চিন্তা কৰি
পৰিক্ষা আহিলে
মোৰ মনত স্ফূৰ্তি লাগে
আৰু ভয়ো লাগে
আগতীয়াকৈ পঢ়ি থলে
পৰিক্ষাত জেং নালাগে ৷৷
📝তন্ময় ৰবিদাস ষষ্ট শ্ৰেণী নুমলীগড় হাইস্কুল
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ