প্ৰৰিশ্ৰম কৰা মানে শ্ৰমিক

©Admin
0
প্ৰৰিশ্ৰম কৰা মানে শ্ৰমিক। 
জীৱন মানে শ্ৰম ,   
শ্ৰম কৰা মানেই শ্ৰমিক ।
জীয়াই থকাৰ কাৰণে কৰা
 সকলো কাম হ'ল শ্ৰম ।
সেই শ্ৰম সম্পাদন কৰা জনেই হ'ল শ্ৰমিক ।
যিয়েই কৰ্ম সম্পাদন কৰে সিয়েই শ্ৰমিক। 
শ্ৰমিক বুলি নিৰ্দিষ্ট জাতি নাই। 
আমি সকলোৱে নিজৰ নিজৰ  কৰ্ম কৰো। 
সেয়েহে আমি সকলোৱে একো জনকৈ শ্ৰমিক। 


 📝বিনোদ চেৰো

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)