ঘাম

Rinku Rajowar
0
নৈ এখন বৈ যায়
নীৰবে

তাৰ ওপৰত 
সভ্যতাৰ অট্টালিকা 

শিল্পীজনে
দুয়োহাত মেলি
চাই ৰয় ওপৰলৈ

চিনাকী গোন্ধ এটাই
মনটো চুই যায়।

📝দীপাৱলী কুৰ্মি

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)