দৈনিক ৰাশিফল

©Admin
0

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                                      
৬জেঠ, বুধবাৰ,ইং ২০মে ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪৩/১৪সূৰ্য্যাস্ত ঘ:৫/৫৫/৩০

ৰাশি -     মেষ ৰাশি ।
তিথি - কৃষ্ণা ত্ৰয়োদশী।ৰা:ঘ:৭/২৯/৬লৈ।
নক্ষত্ৰ  - অশ্চিনী।ৰা: ঘ: ১২/৫৭/৬ লৈ।
আদ্যঋতু হলে - দু:শীলা যোগ।
যাত্ৰা - দক্ষিণ দিশত নাই । ,ৰা:ঘ:৭/২৯ /৬  যোৱাত পশ্চিম দিশত নাই।
যোগিনী - দক্ষিণ দিশত  । ,ৰা:ঘ:৭/২৯ /৬  যোৱাত পশ্চিম দিশত ।
মৰণত দোষ - নাই।ৰা:ঘ: ৭/২৯/৬ যোৱাত এপদ।
ভক্ষাভক্ষ্য - বেঙেনা, মাছ মাংস খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, যদিও সামান্য ব্যয় বাঢ়িব পাৰে লগতে সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, ভ্ৰমনৰ সুযোগ লাভ কৰিব, যদিও সজাগ নহলে মনোমালিন্য  হোৱাৰ যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম পৰিবৰ্তন হব, যশস্যা লাভ হব, যদিও মনত সামান্য অশান্তি  হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত বন্ধুৰ সহায় লাভ হব, ব্যৱসায়ত শুভ, যদিও সজাগ নহলে প্ৰতাৰিত হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ক্ৰীড়া ত শুভ, ৰোগাৰোগ্য হব যদিও সজাগ নহলে মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, যদিও শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে সামান্য গৃহ অশান্তি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভোগ বিলাস লাভ হব, কৰ্মত সফল হব যদিও মন আৰু কৰ্মৰ।সামান্য অস্থিৰতা  হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন মান লাভ হব, সমস্যাৰ সমাধান হব, যদিও কৰ্মত সজাগ নহলে সামান্য অপমানিত।হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনৰ সহায় লাভ হব,ধন বৃদ্ধি হব যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব ,ক্ৰীড়াত শুভ, লগতে মনত শান্তি বৃদ্ধিৰ  যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি  জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত জতিলতা বাঢ়িব, মনত সামান্য অশান্তি বাঢ়িব পাৰে, লগতে আজি বিবাদৰ পৰা আতৰি থাকক।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ,লগতে মনৰ শান্তি বৃদ্ধি হব, লগতে কৰ্মত সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                  জালুকবাৰী, গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)