Home সৌৰভ কুমাৰ বৰুৱা জুইৰ বৰষুণ জুইৰ বৰষুণ personRinku Rajowar May 20, 2020 0 share প্ৰেমবোৰত এতিয়াশেলুৱৈৰ আস্বাদনসম্পৰ্কবোৰত কুৰুকি কুৰুকিএপাল ঘূনপোকপ্ৰকৃতিৰ সতে দুৰূহ সহবাসআমিবোৰ ওখ মানুহপানীৰ সলনি এজাকজুইৰ বৰষুণ বৰ প্ৰয়োজন 📝সৌৰভ কুমাৰ বৰুৱা Tags কবিতাসৌৰভ কুমাৰ বৰুৱা Facebook Twitter Whatsapp Newer Older
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ