আজিৰ আপোনাৰ দিনটো

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                                                      
২৮  বহাগ, সোমবাৰ,ইং ১১ মে ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪৭/৫৬সূৰ্য্যাস্ত ঘ:৫/৫০/৩৬

ৰাশি -  ধনু ৰাশি।
তিথি - কৃষ্ণা চতুৰ্থী।ঘ:১০/৪/৬ লৈ।
নক্ষত্ৰ  - মুলা ,ঘ: ৭/৪০/৫২ লৈ।
আদ্যঋতু হলে - পতিহীনা যোগ।
যাত্ৰা - নৈঋত কোনত নাই । ,ঘ:১০/৪/৬ যোৱাত দক্ষিণ দিশত নাই।
যোগিনী - নৈঋত কোনত  । ,ঘ:১০/৪/৬ যোৱাত দক্ষিণ দিশত ।
মৰণত দোষ - নাই ।
ভক্ষাভক্ষ্য -  মুলা, বেল খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব যদিও মনত সামান্য চিন্তা বৃদ্ধিৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বৃদ্ধি হব যদিও কৰ্মত সজাগ নহলে ভুল বুজাবুজি হোৱাৰ  যোগ দেখা য়ায।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত চিকিৎসা কৰ্মো সকলৰ শুভ, লগতে কৰ্মত উৎসাহ বৃদ্ধি হোৱাৰ যোগ  দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত  মনৰ শান্তি বাঢ়িব যদিও সামান্য অৰ্থ কষ্ট হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ লগতে ৰোগাৰোগ্য হোৱাৰ যোগ দেখা যায।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনৰ সুযোগ লাভ কৰিব যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱা যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত  আয় বাঢ়িব লগতে খেতিয়ক সকলৰ উন্নতি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ যদিও সামান্য ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে কৰ্মত সজাগ নহলে আনৰ আবিশ্বাসী হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব যদিও মনত সামান্য ভয় বৃদ্ধিৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি  জাতক জাতিকা সকলৰ আজি দিনটোত বন্ধুৰ সহায় লাভ হব,  লগতে কৰ্মত সুযোগ লাভ হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত গৃহ অশান্তি হব পাৰে লগতে সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকবাৰী, গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)