বীৰ লাচিত বৰফুকন

©Admin
0
সোনালী মন তোমাৰ 
    গধুৰ সাহস তোমাৰ
        তুমি মহান সম্পদ 
            সোনালী অসমৰ ।

তোমাৰ তেজৰ চমকণি
       কামৰ জিলিকণি 
           বীৰতাৰ গুণক কৰিছোঁ
              সত কুতি  প্ৰণাম আমি ।

তোমাৰ দেহৰ কোহে কোহে
       দেশৰ বতাহ বলে 
           প্ৰিয় প্ৰেমিক দেশৰ তুমি
              অসমী মাৰ প্ৰিয় পুত্ৰ তুমি ।


  📝 শ্ৰীমতী ৰিমকি চুতীয়া
 ধেমাজি , চিচিবৰগাওঁ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)