জিলাৰ বাতৰি

©Admin
0
কাছাৰত মানুহবোৰে
আচাৰ ভাল পাই,
যোৰহাটত মানুহে
চাপৰি বজাই হৰি কীৰ্তন গায়
বোকাখাতৰ মানহবোৰে
বোকাৰে খেলি গছকি ভাল পাই,
গোলাঘাটৰ মানুবোৰে 
গোলা খাই বৰ ভাল পাই ৷

শিৱসাগৰত আকৌ
দেখিবলৈ পোৱা নাযায় সাগৰ ৷
মংগলদয়ৰ মানহবোৰে
টেঙা দৈ খাই ৷
গোৱালপাৰাত হেনো নাপায় 
গৰুৰ গোৱাল ৷
গুৱাহাটী আকৌ মহানগৰী
দেখিবলৈ পোৱা নাযায় হাতী,
বানৰ তাণ্ডৱ দেখি
উঠে বৰ হাঁহি ৷

📝মহেন শইকীয়া 
প্ৰধান শিক্ষক 
নুমলীগড় উচ্চ মাধ্যমিক বিদ্যালয়









Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)