শিক্ষা অধিকাৰি
আমি সকলো,
সঠিক শিক্ষা
লোৱা সকলো ,
ভাল শিক্ষা জীৱনৰ
মূল্য প্ৰতিক ,
শিক্ষা পুৰণে হব
সুনাগৰিক ।
শিক্ষাৰ গুণে
মানুহ পৰিচিত ,
শিক্ষাৰ বলত মানুহ
পুনৰ জীৱিত ,
মূল্য সম্পদ
হেৰুৱাই নিদিবা ,
অধিকাৰী হওতে
জ্ঞানী হৈ লোৱা ।
শিক্ষাক এৰি
নিদিবা আজি ,
নোৱাৰি কিনিব টকাৰে
জ্ঞান খিনি ,
শিক্ষা লোৱা অধিকাৰ
সকলোৰে আছে ,
শিক্ষা শিকি গুণগত হোৱা
নিজৰ ভৰিত আহি
থিয় দিয়া
📝শ্ৰীমতী ৰিমকি চুতীয়া
ধেমাজি , চিচিবৰগাওঁ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ