মহানায়ক "- এটা অৱাস্তৱিক ধাৰাবাহিক কাহিনী এতিয়ালৈকে - মহানায়ক গৈ চীনৰ বুহান চহৰত পদাৰ্পণ কৰে , চাইনিজ গুণ্ডাৰ লগত ফাইট হয় আৰু এটা চাইনিজ ল'ৰাৰ লগত চিনাকি ল'ৰাটোৱে মহানায়কক তাৰ ঘৰলৈ নি নিজৰ পৰিয়ালৰ লগত
চিনাকি কৰাই দিয়ে , মিছন কৰ'নাৰ যাত্ৰা বুহান চহৰলৈ দুয়ো উৰা মাৰিলে এতিয়া আগলৈ পঢ়ক -
বুহান চহৰৰ মেডিকেল কলেজৰ সন্মুখত দুয়ো নামিল ল'ৰাটোৱে ক'লে " সৌৱা চাওক চিকুৰেটী গাৰ্ড আছে সেইয়াও বন্দুকৰ সৈতে এতিয়া কেনেকৈ ভিতৰলৈ সোমাম ? " মহানায়কে ডণৱৰী আই হেভ চলিয়ুচন মোৰ কাষত আহা এইবুলি তাক লৈ অদৃশ্য হৈ মেডিকেল কলেজত সোমাল এটাএটাকৈ কোঠাত সোমাই অনুসন্ধান চলাই ল'ৰাটোৱে ক'লে ফোপাই জোপাই আৰু হব ইমানবোৰ ৰুমচ আছে একেদিনাই শেষ নহব ডুইং দা শ্বৰ্টকাট " মহানায়কে ক'লে য়ু আৰ ৰাইট বুলি কৈ লেজাৰ এক্সৰে আৰম্ভ কৰি দিলে আৰু অন্তত সফলতা লাভ কৰিলে মহানায়কে ক'লে লেস্ট গ' বুলি কৈ দৌৰাদৌৰি এটা কোঠাত সোমাল কোঠাৰ চাৰিওপিনে কেৱল ভাইৰাছ আৰু মৰা কংকাল ল'ৰাটোৱে অবাক হৈ " অ মাই গড চাইনা চৰকাৰে এইবোৰ ৰিচাৰ্চ কৰি থাকে " মহানায়কে তাক মাক্স এটা দি " পিন্ধি লোৱা ইয়াত বহুত ভাইৰাছ আছে ইমানবোৰ ভাইৰাছৰ ভিতৰত কৰ'না ভাইৰাছ কোনটো মই কনফিউজ কি কৰা যায় কি কৰা যায় অ য়েছ সকলো ভাইৰাছ প্লাষ্টিকত ভৰাই লৈ যাওঁ বুলি কৈ গোটেইবোৰ ভাইৰাছ পলিথিনত ভৰাই টানকৈ মুখখন বান্ধি ওলাই যায় ৷
ওলাই যাওঁতে ৰাস্তাতে পুলিচে আগভেটি ধৰে বন্দুক দেখােৱাই হেণ্ডচআপ ল'ৰাটোৱে ভয়তে পেপুৱা লাগি " এতিয়া কি হব ব্ৰ ? মহানায়কে লাহেকৈ ক'লে জাস্ট ৱেট এণ্ড চি বুলি কৈ লেজাৰ লাইট লাহেকৈ এৰি পুলিচৰ বন্দুক হাতৰপৰা সৰকাই দি দুয়ো উৰা মাৰিলে
আগলৈ
📝ভাস্কৰ কায়স্থ
সহযোগ
দুলাল ৰবিদাস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ