কুমতি

©Admin
0
 
  বন্ধ হৃদয়ৰ কপাট খুলি
  কুৰুকি কুৰুকি সোমাই
  মৰমবোৰ বন্ধকত বিচাৰে  |
  কি বিশ্বাস
  বন্ধক বুলি লৈ 
  ৰঘুমলাৰ দৰে কিজানি
  কণ কঠীয়া মাৰে  |
  বুকুৰ ভিতৰে ভিতৰে
  নাঙলৰ সীৰলুৰ দৰে
  পথৰ স্ৰষ্টা
  কুমতিৰ কি বিশ্বাস  |
  বিশ্বাস দি 
  প্রতিশ্রুতি লৈ
  মাটি এৰি 
  কোন মুহুৰ্তত উৰি যায়
  অজান্তি মুলুকলৈ  |

    📝হেমেন হাজৰিকা
               মিৰ্জা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)