আজিৰ আপোনাৰ দিনটো

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ১২ জেঠ ,মঙ্গলবাৰ,ইং ২৬ মে ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪১/৪৫সূৰ্য্যাস্ত ঘ:৫/৫৭/৫২

ৰাশি - মিথুন ৰাশি।ৰা:ঘ ১১/২৭/৪৩ যোৱাত কৰ্কট ৰাশি।
তিথি - শুক্লা চতুৰ্থী।ৰা:ঘ: ১১/১২/২০ লৈ।
নক্ষত্ৰ  - আদ্ৰা ,প্ৰা:ঘ:৫/৪৭/৩০ লৈ।
আদ্যঋতু হলে -  কান্তা  যোগ।
যাত্ৰা - নৈঋত কোনত নাই।  ৰা: ঘ: ১১/১২/২০ যোৱাত দক্ষিণ দিশত নাই ।
যোগিনী - নৈঋত কোনত ।  ৰা: ঘ: ১১/১২/২০ যোৱাত দক্ষিণ দিশত ।
মৰণত দোষ - এপদ ।প্ৰা:ঘ ৫/৪৭/৩০ যোৱাত ত্ৰিপদ।
ভক্ষাভক্ষ্য -  মুলা।খোৱা নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনৰ সুযোগ লাভ কৰিব, যদিও মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধিহব পাৰে, লগতে সংবাদ কৰ্মী সকলৰ মনত চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, প্ৰেম আৰু কৰ্মত শুভ, লগতে ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, দ্বায়িত্ব বাঢ়িব, যদিও আজি  বিবাদৰ পৰা আতৰি থাকক। 
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, কৰ্ম প্ৰাপ্তি হব যদিও সামান্য জতিলতা হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  বন্ধু লাভ হব, প্ৰেম আৰু কৰ্মত শুভ, যদিও সামান্য খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, যদিও সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ  যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত সফল হব, প্ৰেমত শুভ, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ  যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  আনৰ সহায় লাভ কৰিব, পাৰিবাৰিক সুখ বাঢ়িব, লগতে ব্যৱসায়ত শুভ   যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে সজাগ নহলে সামান্য গৃহ অশান্তি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ বৃদ্ধি হব যদিও মনত সামান্য ভয় বাঢ়িব পাৰে লগতে কৰ্মত সামান্য জতিলতা বৃদ্ধৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত আত্মগ্লানি বাঢ়িব , সজাগ নহলে সম্পদ হানি হব পাৰে, লগতে আজি বিবাদৰ পৰা আতৰি থাকক।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থ লাভ হব, মনত অভিমান বাঢ়িব, লগতে কৰ্মত সামান্য জতিলতা  বৃদ্ধিৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)