এতিয়া কাক কওঁ
কোনে বুজিব
মোৰ ভিতৰুৱা অসুখৰ কথা !
বিস্মত হ'বা
মোৰ জীৱন যাত্ৰাৰ কথা শুনি !
বাহিৰে ভিতৰে
জ্বলিছে এতিয়া মোৰ
বিষাদৰ জুই !
আলান্ধু মাজত এতিয়া মই
ৰোজগাৰ পালন কৰি
কষ্ট সহি পাৰ কৰিছো মোৰ
জীৱন যাত্ৰা ৷
কোনে বুজিব ৷
এতিয়া মোৰ বাবে পোহৰৰ অভাৱ !
সংকটাপন্ন মই
তথাপিটো আশাশুধীয়া মই !
মোৰ পবিত্ৰ হৃদয় উৎফুল্ল মন
পুনৰ ঘূৰাই পাব বিচাৰো !
এতিয়া কাক কওঁ
কোনে বুজিব
মোৰ ভিতৰুৱা,
যান্ত্ৰনাৰ কথা !!
📝বিনিতা বৰা
লংকা (কাকী-3)
হোজাই জিলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ