নাৰী

Rinku Rajowar
0
নাৰী মানেই নহয় জানো, দেৱীৰ আন ৰূপ?
নাৰী মানেই নহয় জানো,গুন মোগ্ধৰে ভৰা এটি মনোমোহা ৰূপ?
কিন্তু দিছে জানো কোনোবাই নাৰীক সেই স্থান?

কোনোৱে নাৰীক কৰিলে অপমান।
কোনোৱে আকৌ কৰিলে ধূলিৰ লগত ম্লান।
কোনোবাই আকৌ নাৰীৰ ওপৰত নিৰ্যাতন চলায়।
কোনোবাই আকৌ নিজই হাঁহি নাৰীক কন্দুৱাই।

কোনেও নুবুজিলে দেৱী ৰূপী  নাৰীৰ মূল?

অনেকে অনেক নামেৰে মাতে।
বেশ্যা,বদনামী,কুলক্ষিনী
বহুতো নাৰী হ'ল অন্ধ বিশ্বাসৰ বলি।
ডাইনী,যখিনী,ৰাক্ষশিনী।

কিমান দিন চলিব আৰু কিমান নাৰী হ'ব।

অন্ধবিশ্বাসৰ বলি?

📝দ্বীপ দীপাংকৰ লাহন
     বিশ্বনাথ,গহপুৰ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)