বিৰহ

©Admin
0
বিৰহ....

বিৰহৰ এটা দুটা শব্দ
গভীৰ দুই-তিনিটা বাক্য,
গাঁথনি কৰি লিখো
এটা দুখৰ কবিতা।

বুকুৰ বেদনা বোৰ
লিখো বুলি ভাবি,
হাতত ধৰিলো কলম
মনত নাহে বেদনাৰ কথা।

কবিতাটি ভাল নে বেয়া নাজানো?
লিখিছিলোঁ মাথোঁ
এটা দুখৰ কবিতা।

📝বিশাল নায়ক

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)