মহানায়ক -এক অৱান্তিক ধাৰাবাহিক ,খণ্ড- ১২

©Admin
0


ককাই ক'লে এতিয়া এটা কৰ্তব্য শেষ হ'ল আনটো কৰ্তব্য পালন কৰাৰ সময় হ'ল ৷

মহানায়কে ক'লে " নিশ্চয় ককা আপোনাৰ প্ৰতিশোধ লবলৈ মই অপেক্ষিত ককা আশিৰ্বাদ দিয়ক " ককাই মূৰত হাত থৈ ক'লে " বিজয় ভঃ মহানায়ক উৰা মাৰিলে ৷

ককাহঁতৰ ঘৰ পালেগৈ মহানায়কে টাইম পাছৰ ৰূপ লৈ ভিতৰত সোমাল ককাৰ ঘৈণীয়েকে চিঞৰি ক'লে " ঐ কুকুৰ তোৰ ইমান সাহস  " টাইম পাছে ক'লে মোৰ সাহস কিমান সেইয়া দেখোৱাম এইবুলি কৈ টাইমপাছ অদৃশ্য হ'ল বুঢ়ী ভয়ত কঁপি কঁপি কবলৈ ধৰিলে আপোনাক কি লাগে " মহানায়কে ক'লে ককাৰ সম্পত্তিৰ কাগজপাতি মোক লাগে " বুঢ়ীয়ে লৰালৰিকৈ গৈ কাগজ আনি ক'লে " এয়া লওক মহানায়কে প্ৰকট হৈ কাগজ ল'লে এনেতে ককাৰ পিতেক বোৱাৰীয়েক আহি মহানায়কৰ পৰা কাগজ কাঢ়ি লৈ " মা আপুনি বলিয়া হৈছে নেকি ? মহানায়কে লেজাৰ কিৰণ মাৰি কাগজ নিজৰ হাতলৈ লৈ ক'লে " বুঢ়ী পগলা হোৱা নাই বুদ্ধিমান এনেতে ডাঙৰ পিতেক বন্দুক লৈ গুলী এৰিলে মহানায়ক গুলী বেকাৰ কৰি দিলে বন্দুকও কাঢ়ি ল'লে পিতেকে ভয় খাই " আপুনি কোন ? মহানায়কেে ক'লে " তঁহতৰ নিচিনা স্বাৰ্থপৰ আৰু চোৰৰ সকলৰ শত্ৰু আৰু দুুুুুুুৰ্বল বন্ধুু গতিকে এতিয়া ভালে ভালে নিজৰ অপৰাধ স্বাীকাৰ কৰিবা নে মই কিবা কৰো সহায় কৰোঁ " গোটেইকেইটাই  চিঞৰি উঠিল অপৰাধ কি অপৰাধ আপোনাৰ তাত কি প্ৰমাণ আছে  আমি অপৰাধী হোৱাৰ ? মহানায়কেে একো নকয় লেজাৰ কিৰণ মাৰি সিহঁতক ওপৰলৈ তুলি শূন্যত ওলমাই দিলে সিহঁতে আমাক এৰি দিয়ক আমাক এৰি দিয়ক বুলি কোৱাত মহানায়কেে ক'লেে "ঠিক আছে এৰি দিম কিন্তুুু মোক সত্যতা লাগে ককাৰ মৃত্যু কেনেকৈ হ'ল ? সিহঁতে ক' ল " ককাৰ মৃত্যুত আমাৰ হাত আছে এতিয়া আমিয়েই  ককা আৰু টাইমপাচৰ বাইকৰ একচিডেণ্ট কৰাইছিলোো এতিয়া তো আমক এৰি দিয়া "এনেতে ককাৰ আত্মা প্ৰকট হ'ল " স্বাৰ্থপৰহঁত তঁহতক এৰি দিম কেতিয়াও নাই ককাই ঘৈণীয়েকেৰ পিনে চাই " তই  তো মোৰ ধৰম পত্নী আছিলি তইয়ো ধনৰ লোভত নিজৰ সেন্দূৰ নিজেই মচি লি লাজ কৰাৰ কথা পিতেকলৈ  চাই তই মোৰ পুত্ৰ পুত্ৰৰ কৰ্তব্য পিতাকৰ সেৱা সৎকাৰ কৰা কিন্তুু মহানায়ক এওঁলোকক আজি এনে শাস্তি দিয়া যাতে প্ৰতিজন লোকেে এই শিক্ষা পাই যে ধনৰ লোভত আপোনজনৰ ক্ষতি কৰিলে কি ফল পাই ৷ সিহঁতে নিজৰ ভুলৰ ক্ষমা বিচাৰিলে যদি ক্ষমা নাপালে শেষত গোটেইকেইটাক পুলিচৰ হাতত গটাই দিলে আৰু ককাও মুক্তি লাভ কৰিলে ৷

সমাপ্ত

            

📝ভাস্কৰ কায়স্থ                                    সহযোগ দুলাল 



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)