দৈনিক ৰাশিফল

©Admin
0
🙏দৈনিক ৰাশি ফল 🙏

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                          ২আহাৰ, মঙ্গলবাৰ,ইং ১৭জুন ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪০/৪৬সূৰ্য্যাস্ত ঘ:৬/৬/২১

ৰাশি - মেষ ৰাশি।
তিথি - কৃষ্ণা একাদশী। ঘ: ৭/১৭/০লৈ।
নক্ষত্ৰ  - অশ্চিনী ,ঘ: ৮/২৪/৪১লৈ।
আদ্যঋতু হলে -  দু:শীলা যোগ।
যাত্ৰা - অগ্নি কোনত নাই।  ঘ: ৭/১৭ /০ যোৱাত নৈঋত কোনত নাই ।
যোগিনী -  অগ্নি কোনত ।  ঘ: ৭/১৭ /০ যোৱাত নৈঋত কোনত  ।
মৰণত দোষ - নাই।ঘ:৭/১৭/০ যোৱাত  এপদ।
ভক্ষাভক্ষ্য - উৰহী ,পূৰৈশাক খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, যদিও শৰীৰত সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।  
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সামান্য জতিলতা বাঢ়িব, যদিও  মনটো সামাজিক  হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ যদিও সামান্য খৰছ বৃদ্ধিৰ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত মনটো সামাজিক হব, যদিও মনত সামান্য ভয় বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আয় বাঢ়িব লগতে ক্ৰীড়াত শুভ হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব লগতে ভ্ৰমনত শুভ যোগ দেখা যায।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ, লগতে মনত সামান্য ক্লান্তি ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত জতিলতা কৰ্মত সামান্য বিৰোধ হব পাৰে লগতে মনত সামান্য অশান্তিৰ ভাৱ বৃদ্ধি যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব,লগতে ধন মান লাভৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, যদিও মনত সামান্য বিদ্বেষ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত গৃহ সুখ বাঢ়িব, লগতে আয় বৃদ্ধিৰ হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন আগমন বাঢ়িব, লগতে কৰ্মত সফল হোৱাৰ লগতে আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)