আই মোৰ অ আই

©Admin
0
আই অ মোৰ অ আই 
বুকুত তোমাৰ ভ্ৰষ্টাচাৰী
 কোনে শূল পুতিছে 
হুকহুকাই কান্দিছে
তোমাৰ সন্তান আই ৷

অসহায় নিছলা দুখীয়াই 
বিচাৰি অন্ন বস্ত্ৰ গৃহালয়
শোকাকুল মন
অন্ধকাৰত জীৱন 
শিশু অনাথ দুৰ্বল 
কোমল হূদয়ে 
আই তোমাক কাকুতি কৰে
দিয়া আই শকতি
দুৰাচাৰী ,ভ্ৰষ্টাচাৰীক 
 কৰিম দমন ৷

📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)