সাথঁৰ

©Admin
1
১/ চাৰিটা ঠেং দুটা বাউসী এটা আছে
 পিঠি ৷
উঃ চকী
২/ চাৰিটা ঠেং এডাল নেজ আগত আছে দীঘল হাত ৷
উঃ হাতী
৩/ হাত দুটা ভৰি দুটা দেখিব বান্দৰ নিচিনা আৰু ভালুকৰ দৰে ৷
উঃ মানুহ
৪/ ঘৰত আছে মানুহ দেখা যায় চুব 
নোৱাৰি ৷
উঃ টিভি

📝গুণাৰাম ৰবিদাস

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. কি সাথৰ লিখিছে 😀😀😀😀😀😀

    ReplyDelete
Post a Comment