আজিৰ আপোনাৰ দিনটো

Rinku Rajowar
0

🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ২০ জেঠ ,বুধবাৰ,ইং ৩জুন ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪১/৮সূৰ্য্যাস্ত ঘ:৬/০/৪২ 

ৰাশি -  তুলা ৰাশি।
তিথি - শুক্লা দ্বাদশী। ঘ: ৭/৭/৪০লৈ।
নক্ষত্ৰ  - স্বাতী ,স:ঘ: ৬/৮/১২ লৈ।
আদ্যঋতু হলে -  বেশ্যা যোগ।
যাত্ৰা - নৈঋত কোনত নাই। ঘ: ৭/৭/৪০ যোৱাত দক্ষিণ দিশত নাই ।
যোগিনী - নৈঋত কোনত । ঘ: ৭/৭/৪০ যোৱাত দক্ষিণ দিশত ।
মৰণত দোষ - এপদ,ঘ: ৭/৭/৪০ যোৱাত নাই, স:ঘ ৬/৮/১২ যোৱাত দ্বিপদ ।
ভক্ষাভক্ষ্য - পূৰৈ শাক, নিশা বেঙেনা খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম ব্যস্ততা বাঢ়িব,যদিও সামান্য খৰছ বাঢ়িব পাৰে লগতে মনত সামান্য হতাশা ভাৱ বৃদ্ধিৰ যোগ দেখা যায়।  
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান লাভ হব, মনত আনন্দ বাঢ়িব, যদিও সজাগ নহলে সামান্য মতবিৰোধ হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, যদিও সজাগ নহলে মনৰ আশা ভংগ  হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত পদমৰ্য্যদা বাঢ়িব,শুভ সংবাদ লাভ হব, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব, ধন আগমন হব, লগতে প্ৰাপ্তিৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  প্ৰেমত শুভ, কৰ্মত শুভ, যদিও সজাগ নহলে মিচা অপৱাদ পোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত দাম্পত্য সুখ বাঢ়িব, প্ৰেম আৰু কৰ্মত শুভ,লগতে সঞ্চয় বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ লাভ হব, মনত চিন্তা বৃদ্ধি হব, লগতে আত্মীয়ৰ আগমন হোৱাৰ  যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত যোগাযোগ হব, মনত আনন্দ বাঢ়িব, লগতে ন্যায় প্ৰাপ্তিৰ  যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত গৃহ উন্নতি হহ, মনৰ আশা পুৰণ হব, যদিও দেহত সামান্য এলাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত যশস্যা লাভ হব, সুখ বাঢ়িব, মনত উৎসাহ বৃদ্ধিৰ হোৱাৰ  যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ বৃদ্ধি হব,অৰ্থ লাভ হব,লগতে বন্ধুৰ আগমন হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)