সূৰ্য্যোদয় ঘ:৪/৪০/৫৪সূৰ্য্যাস্ত ঘ:৬/২/১২
ৰাশি - ধনু ৰাশি।
তিথি - কৃষ্ণা দ্বিতীয়া। ৰা: ঘ: ১০/৮/৩৬ লৈ।
নক্ষত্ৰ - মুলা ,ঘ: ৩/৩১/৩৬ লৈ।
আদ্যঋতু হলে - প্ৰতিহীনা যোগ।
যাত্ৰা - উত্তৰ দিশত নাই।ৰা: ঘ: ১০/৮/৩৬ যোৱাত অগ্নি কোনত নাই ।
যোগিনী - উত্তৰ দিশত ।ৰা: ঘ: ১০/৮/৩৬ যোৱাত অগ্নি কোনত ।
মৰণত দোষ - দ্বিপদ, ৰা:ঘ: ১০/৮/৩৬ যোৱাত এপদ।
ভক্ষাভক্ষ্য - তিতাভেকুৰী খোৱা নিষেধ ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন বৃদ্ধি হব, মনৰ আশা বাঢ়িব, লগতে গৃহ শান্তি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ৰাজহুৱা ব্যস্ততা বাঢ়িব, যদিও সামান্য আশা ভংগ হব পাৰে, লগতে সজাগ নহলে মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত সাহস বাঢ়িব, যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিক সকলৰ আজিৰ দিনটোত সামান্য পৰিশ্ৰম বাঢ়িব, ভ্ৰমনত সামান্য কষ্ট পাৱ পাৰে লগতে সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, সুখ বাঢ়িব, লগতে কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আমোদ প্ৰমোদ বাঢ়িব, ভ্ৰমনৰ সুযোগ লাভ কৰিব, লগতে সন্মান লাভৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত মৰম লাভ কৰিব, প্ৰেমত শুভ, লগতে কৰ্মত দ্বায়িত্ব বৃদ্ধিৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত উন্নতি হব,যদিও সামান্য মৰমত সংঘাত হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ব্যৱসায়ত উন্নতি হব, আত্মীয়ৰ আগমন হব, যদিও সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সংগীত শিল্পী সকলৰ শুভ, যদিও সামান্য কৰ্মত লাজ বাঢ়িব, লগতে সজাগ নহলে মিচা অপৱাদ পোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, ধন আগমন বাঢ়িব যদিও শত্ৰুৰ পৰা সাৱধান হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, লগতে প্ৰিয় জনৰ আগমন হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকাৰী , গুৱাহাটী -১৪
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ