সূৰ্য্যোদয় ঘ:৪/৪০/৪৮সূৰ্য্যাস্ত ঘ:৬/৮/৩৩ৰাশি - মিথুন ৰাশি।তিথি - শুক্লা প্ৰতিপদ। ঘ: ১১/৩৭/৫৩ লৈ।নক্ষত্ৰ - আৰ্দ্ৰা,ঘ: ১/৪৬/৩৬ লৈ।আদ্যঋতু হলে - কান্ত যোগ।যাত্ৰা - পূৱ দিশত নাই। ঘ: ১/৪৬/৩৬ যোৱাত উত্তৰ দিশত নাই ।যোগিনী - পূৱ দিশত । ঘ: ১/৪৬/৩৬ যোৱাত উত্তৰ দিশত ।মৰণত দোষ - নাই, ঘ : ১১/৩৭/৫৩ যোৱাতএপদ।ঘ: ১/৪৬/৩৬ যোৱাত ত্ৰিপদ।ভক্ষাভক্ষ্য - তিতা ভেকুলীৰ, কোমোৰা খোৱা নিষেধ ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ বাঢ়িব, প্ৰেম আৰু কৰ্মত শুভ, লগতে সামান্য কৰ্ম পৰিৱৰ্তন হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত উত্তম ভোজন লাভ হব, প্ৰেম আৰু কৰ্মত শুভ, লগতে সমস্যাৰ সমাধান হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সুখ বৃদ্ধি হব, প্ৰেম আৰু কৰ্মত শুভ, লগতে আলহীৰ আগমন হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিক সকলৰ আজিৰ দিনটোত পাৰিবাৰিক সুখ বৃদ্ধি হব, প্ৰেমত শুভ,লগতে কৰ্মত দ্বাযিত্ব বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বৃদ্ধি হব, জ্ঞান লাভ হব, যদিও মনত সামান্য মনত দু:খ পোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত দ্ৰব্য লাভ হব, কৰ্মত শুভ, যদিও মনত সামান্য হতাশা ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত সুখ বৃদ্ধি হব, প্ৰেমত শুভ, লগতে সামান্য এলাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা সম্পদ বাঢ়িব, ভ্ৰমন শুভ, লগতে সামান্য ব্যয় বৃদ্ধিৰ হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভাগ্য পৰিবৰ্তন হব, মনত সামান্য অশান্তি বাঢ়িব, লগতে সজাগ নহলে বুদ্ধি ভষ্ট হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত শুভ, যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত ভ্ৰমনত শুভ , যদিও মনত সামান্য চিন্তা বাঢ়িব পাৰে, লগতে ব্যয় বৃদ্ধিৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, শত্ৰু হানি হব, লগতে শৰীৰত সামান্য ৰক্ত চাপ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।।
"আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকাৰী , গুৱাহাটী -১৪
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ