দৈনিক ৰাশিফল

Rinku Rajowar
0


🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                       ২৩জেঠ ,শনিবাৰ,ইং ৬ জুন ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৪০/৫৭সূৰ্য্যাস্ত ঘ:৬/১/৪৯ 
ৰাশি -  বৃশ্চিক ৰাশি। ঘ:৩/৩৯/৩১ যোৱাত ধনু ৰাশি।
তিথি - কৃষ্ণা প্ৰতিপদ । ৰা: ঘ: ১১/১৬/৫৬লৈ।
নক্ষত্ৰ  - জ্যোষ্ঠা ,ঘ: ৩/৩৯/৩১ লৈ।
আদ্যঋতু হলে -  প্ৰতিহীনা যোগ।
যাত্ৰা - পূৱ দিশত নাই।ৰা: ঘ: ১১/১৬/৫৭ যোৱাত উত্তৰ  দিশত নাই ।
যোগিনী - পূৱ দিশত ।ৰা: ঘ: ১১/১৬/৫৭ যোৱাত উত্তৰ  দিশত ।
মৰণত দোষ - এপদ, ৰা:ঘ: ১১/১৬/৫৬ যোৱাত দ্বিপদ।
ভক্ষাভক্ষ্য - কোমোৰা,  খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনৰ সহায় লাভ হব, মনৰ আশা পুৰণ হব, যদিও সামান্য শত্ৰু ভয় বৃদ্ধিৰ যোগ দেখা যায়।  
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  ভ্ৰমনৰ সুযোগ লাভ কৰিব, যদিও কৰ্মত সামান্য জতিলতা বাঢ়িব পাৰে লগতে সামান্য গৃহ অশান্তি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  বন্ধুৰ সহায় লাভ হব, যদিও  সামান্য গৃহ আৰু মনত অশান্তি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, লগতে কৰ্ম ব্যস্ততা বৃদ্ধি হোৱাৰ যোগ দেখা যায় ।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকৰল সুনাম বাঢ়িব,  যদিও মনত সামান্য উৎসাহ হ্ৰাস হব পাৰে লগতে সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত  ক্ৰীড়াত শুম,লগতে ভ্ৰমনৰ সুযোগ লাভৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ভ্ৰমনৰ সুযোগ লাভ কৰিব, আয় বাঢ়িব, যদিও দেহত সামান্য ৰোগ বৃদ্ধিৰ  যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আত্মীয়ৰ আগমন বাঢ়িব, ভ্ৰমনত শুভ, লগতে অৰ্থ  বৃদ্ধিৰ   যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ বৃদ্ধি হব, ধন মান লাভ হব, লগতে সঞ্চয়  বৃদ্ধিৰ  যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ হব, সন্মান বাঢ়িব, লগতে কৰ্ম দক্ষতা বৃদ্ধিৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্ম লগতে যাত্ৰাত সামান্য জতিলতা বাঢ়িব, লগতে সজাগ নহলে অৰ্থ ক্ষতি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যা বাঢ়িব, সামান্য পৰিশ্ৰম বাঢ়িব পাৰে, যদিও সজাগ নহলে নিজৰ বুদ্ধিৰ ভ্ৰষ্ট হৈ সামান্য কষ্ট পোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                         জালুকাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)