তুমি

©Admin
0

মোৰ বাগিছা মাজৰ তুমি
ফুল কুমলীয়া গোলাপ.
আঁকোৱালি লৈ চুম্বন কৰো
তোমাৰ সুৱাস পাহিত.
মৰমতে জানা কেতিয়াবা বিন্ধে. 
তোমাৰ কোমল কাইটে
কিয় লুকাই থকা তুমি
সেউজীয়া পাতৰ মাজত.
সেউজীয়া পাতৰ মাজত.
তোমাৰ পাহিৰে হাঁহিলে জানা
হৃদয় মোৰ সাত পৰি যাই.
হৃদয় মোৰ সাত পৰি যাই.
অ'ৰে ৰাটি উজাগৰে..
আছো বাত চাই.
মই আছো বাত চাই.
তোমাৰ কোমল পাহি
সুবাস লবলৈ.
পুৱা সতেজ বেলিক শুবলৈ নিদিবা তুমি.
মই আছোঁ বাত চাই..
মই আছোঁ বাত চাই৷

📝পিংকু দাস 
মৰিগাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)