হৈমন্তীক হেঁপাহৰ মোহে
মোক লৈ ফুৰিছে
তোমাৰ পৰা তেওঁলৈ
নজনাৰ পৰা জনালৈ
সংকীৰ্ণতাৰ পৰা বিস্তৃৰ্ণতালৈ
দুখ বেছি খাব পৰা
হৃদয় দি
হৃদয় জিনিব পৰাহেতেন
বৰফ গলাদি গলিলহেতেন
লৌহলপদাৰ্থ |
তেতিয়া বাটৰ দুবৰি বনে
দিলেহেতেন স্বৰ্গৰ বতৰা |
📝হেমেন হাজৰিকা
মিৰ্জা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ