দেওপাহাৰৰ এই ভাস্কৰ্য সম্পৰ্কে আজিও উপযুক্ত গৱেষণা নোহোৱাত বহু তথ্যই অন্ধকাৰত ঢাক খাই গৈছে ৷ দেওপাহাৰৰ মূল পাদদেশৰ উপৰিও কমত থকা পাহাৰবোৰতো আৰু বহুতো শৈল্য ভাস্কৰ্য পোত খাই থাকিব পাৰে ৷ নুমলীগড় চাহবাগিচাৰ পৰিত্যক্ত হৈ থকা শিলা ভাস্কৰ্যসমূহ আজিও অবহেলিত হৈ আছে৷ দেওপাহাৰৰ মূল পাদদেশতো শিৱলিঙ্গ থকাৰ থল আছে ৷ যিহেতু নুমলীগড় বাবাথানত শিৱলিঙ্গ বিগ্ৰহ বিদ্যামান ৷
📝মহেন শইকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ