ভৱিষ‍্যতৰ ধোৱাঁবৰণীয়া বাট

©Admin
0
মানুহে কয়,
হাতত হেনো থাকে মানুহৰ
ভাগ‍্যৰ সুখৰ ৰেখা ।

মোৰ মাৰ হাততচোন নাই,
আছে মাথোঁ চাহ পাতৰ
ক'লা ক'লা দাগ ।

কেতিয়া গুচিব এই ক'লা দাগ?
কেতিয়া পৰিস্ফুট হ'ব
মাৰ হাতৰ ভাগ‍্যৰ সুখৰ ৰেখা?

✍️নবীন চন্দ্ৰ কুৰ্মী
বৰপাম,চতিয়া,বিশ্বনাথ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)