অন্তিম ইচ্ছা (অণুগল্প)

Rinku Rajowar
0
তৈলখাদৰ কাষত ঘৰটো হৈয়েই কাল হ'ল, মাখনিৰ কপাল খন উকা কৰিলেই লগতে তাইৰ অঘৰী জীৱনৰ লগৰী গৰু আৰু ছাগলী কেজনীকো বানে উটুৱাই নিলে।আশ্ৰয় স্থল জৰাজীৰ্ণ মথাউৰি কাষত এআঠু পানীত সাহায্যৰ এমুঠি খাই অন্তৰখনে হুকহুকাই কান্দিছিল তাইৰ। অন্তিম ইচ্ছা এটাই হ'ল তাইৰ ভগৱানৰ ওচৰত , তাইৰ গাটো যেন কৰুণা মহামাৰী এৰি দিয়ে ।

🖋️ববিতা শইকীয়া। দেৰগাঁও । গোলাঘাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)