নিঃস্তব্ধ ৰাতি তীব্ৰ আৰ্তনাদ আৰু গুলীয়া- গুলীৰ শব্দত মনত ভয় লৈ টোপনিৰ পৰা সাৰ পালে ফুটপাথৰ একোণত শুই থকা অঘৰী ল'ৰাটো ।
তেতিয়াই বন্দুকৰ শব্দ আৰু মানুহৰ মৰণকাতৰ চিঞৰৰ ভিৰত ল'ৰাটো পুনৰ গভীৰ টোপনিত শুই পৰিল চিৰদিনৰ বাবে ।
🖋️ৰিংকী মণি নাথ
ঠিকনা -- বঙাইগাওঁ ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ