গাঁৱৰ বাবে কি কৰিছে?

©Admin
0
মোৰ গাঁৱৰ চুবুৰিটোৰ কথাকে  কৈছো । বেয়া নাপায় যেন, এই আলোচনাটো গাঁৱৰ প্ৰতেকজন মানুহৰ মনৰভাবহে, সমালোচনা নহয়।গাঁৱৰ ল'ৰা -ছোৱালীবোৰ সুখ্যাতিৰে পাছ কৰিলে বহুত আনন্দ কৰো আৰু ডাক্টৰ -ইঞ্জিনিয়াৰ হ'লে গৌৰৱ কৰোঁ ।কিন্তু এই সকলে আগবাঢ়ি যোৱাৰ পিছত গাঁৱত নাথাকে, নাথাকে নালাগে গাঁৱৰ বিষয়ে কিবা চিন্তা কৰিব লাগে । নিশ্চয় কিবা কৰাৰ প্ৰয়োজন । বহু বছৰৰ দক্ষতাৰে কৰ্মজীৱন পাৰ কৰি নিজৰ জন্ম হোৱা গাঁৱখনত এদিনো সেৱা মানসিকতা নথকাৰ কাৰণ সাঁথৰ হৈ ৰৈ প্ৰশ্নবোধক হৈ থাকে । এই চুবুৰিটোত শিক্ষা অনুস্থানৰ কথা নাভাবে, স্বাস্থ্যৰ কথা নাভাবে । গাঁৱৰ মানসপটৰ পৰা হেৰাই যায় । গাঁৱৰ মানুহে চিনি নাপায়  নামটো শুনি থাকে  । গাঁৱৰ মানুহে নিজৰ  অভাব নিজে দূৰ কৰিব জানে ।গাঁৱৰ মনুহে কেতিয়াও হাত পতা নাই তেওঁলোকৰ ওচৰত । পিছৰ প্ৰজন্ময়ে জানিব বিছাৰে তেওঁলোক কোন? গাঁৱখনৰ বাবে কি কৰিছে?

          
📝শ্ৰী উৎপল দাস
কুৰুৱাবাহী শিঙাদৰীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)