মোৰ ৰক্ত সনা হৃদয়টো আবদ্ধ
কেঁচা-কেঁচা ৰক্তৰ গৰম উষ্ম
মোৰ হৃদয়ৰ আপোন চিত্ৰ।
মোৰ উষ্ম বায়ু
কেচাঁ ৰক্তৰে প্ৰবাহিত
ঢৌৰ সোঁতে সোঁতে
প্ৰেমৰ পোখা মেলে
যদিও আধা ভঙা কামিহাড়ৰে আবদ্ধ
কেঁচা ৰক্ত সনা মোৰ হৃদয় ।
📝ধনঞ্জয় ৰায়
ধুবুৰী
মোৰ ৰক্ত সনা হৃদয়টো আবদ্ধ
কেঁচা-কেঁচা ৰক্তৰ গৰম উষ্ম
মোৰ হৃদয়ৰ আপোন চিত্ৰ।
মোৰ উষ্ম বায়ু
কেচাঁ ৰক্তৰে প্ৰবাহিত
ঢৌৰ সোঁতে সোঁতে
প্ৰেমৰ পোখা মেলে
যদিও আধা ভঙা কামিহাড়ৰে আবদ্ধ
কেঁচা ৰক্ত সনা মোৰ হৃদয় ।
📝ধনঞ্জয় ৰায়
ধুবুৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ