লিমাৰিক

©Admin
0
                (০১)

ওপৰতে টকা ঘটি খাবলৈ সুখত
কুবুদ্ধি খেলালে মনিৰামৰ মূৰত
দিলে ঔষধ মাদলি
প্ৰামাণিক বেজ বুলি 
খাইছে এতিয়া ভাত গৈ ৰঙাঘৰত ।

                  (০২)
দপদপকৈ জ্বলা জুই চেচাঁ পৰিল
বোধকৰোঁ লাগনিৰ অভাৱ ঘটিল
পৰ তিৰীত আসক্ত
সুৰাৰ ৰাগীত মত্ত
নৌপকোতেই ফলত কেৰোণ লাগিল।

📝ব্ৰহ্মদেৱ গোস্বামী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)