মোৰ স্কুলীয়া জীৱনৰ শ্ৰেষ্ঠ অনুভৱ,খণ্ড - ০২

©Admin
0

স্কুল জীৱনৰ বন্ধুবৰ্গ মোৰ জীৱনৰ বাকী অংশৰ সত্যবাদিতাত  প্ৰমাণিত হ'ল ৷ মই আগতে কৈছেো যে স্কুলীয়া জীৱনৰ দৰে অন্য এনে জীৱন নাই য'ত সম্পূৰ্ণ স্বাধীনতা আৰু আনন্দ উল্লাসেৰে পৰিপূৰ্ণ ৷ স্কুলৰ দিনৰ সময়খিনি মোৰ জীৱনৰ সুন্দৰ 

স্মৃতি ৷ সেইবাবে মই শব্দৰ সমষ্টিৰে প্ৰকাশ কৰিছোঁ ৷ কাৰণ স্কুলীয়া জীৱনৰ স্মৃতিবোৰ মোৰ বাবে মূল্যৱান সম্পদস্বৰূপ ৷ 

স্কুলীয়া জীৱনৰ স্কুলৰ প্ৰথম দিনটো স্পষ্টকৈ মোৰ মনত আছে ৷ এতিয়াও যেন জ্বলন্ত , মই এতিয়াও অনুভৱ কৰিব পাৰোঁ স্কুলত কিদৰে মোৰ স্বাগতম জনাইছিলে ৷ এতিয়াও মোৰ মনত আছে শিক্ষক শিক্ষকয়িত্ৰীয়ে জীৱনত আগবাঢ়ি যোৱাৰ হেতু কামনা কৰি দিয়া মূল্যৱান উপদেশ আৰু আশিৰ্বাদ ৷ এটা শিশুৰ ৰূপত , মই শিকিলোঁ, সহযোগ কৰিলোঁ , নিজকে প্ৰেৰিত কৰিলোঁ , আৰু নিজৰ আটাইতকৈ ভাল বন্ধুৰ লগত কৰা ৰং ৰইচ ৷ পঞ্চম শ্ৰেণীৰ পৰা ষষ্ট শ্ৰেণীলৈ সুখ্যাতিৰে উতিৰ্ণ হোৱাত মঞ্চত গৈ গ্ৰহণ কৰা কৃতি ছাত্ৰৰ বটো আৰু  প্ৰেক্ষাগৃহত উপস্থিত সহশ্ৰ লোকৰ মোৰ বাবে দিয়া হাত চাপৰি,কিৰিলি বন্ধুবৰ্গৰ এই সকলোবোৰ সুন্দৰ মুহূৰ্ত মোৰ জীৱনৰ অভিজ্ঞতা আৰু মোৰ স্কুলীয়া জীৱনৰ শ্ৰেষ্ঠ অনুভৱ ৷


📝দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)