আজিৰ আপোনাৰ দিনটো

©Admin
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                           ১৬ শাওণ,শনিবাৰ,ইং  ১আগষ্ট ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৫৫/৪৪সূৰ্য্যাস্ত ঘ:৬/২/৪০

ৰাশি - ধনু ৰাশি।
তিথি - শুক্লা ত্ৰযোদশী ৰা:ঘ:- ৯/৩৪/৫০লৈ।
নক্ষত্ৰ  - মুলা,ঘ: ৭/২২/১৭ লৈ ।
আদ্যঋতু হলে -  প্ৰতিহীনা যোগ।
যাত্ৰা - দক্ষিণ দিশত নাই। ৰা:ঘ: ৯/৩৪/৫০ যোৱাত পশ্চিম দিশত  নাই ।
যোগিনী :- দক্ষিণ দিশত । ৰা:ঘ: ৯/৩৪/৫০ যোৱাত পশ্চিম দিশত।
মৰণত দোষ - এপদ।
ভক্ষাভক্ষ্য -  বেঙেনা, ৰাতি মাটি মাহ,মাছ মাংস খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  আজিৰ দিনটোত সমস্যাৰ সমাধান হব, যদিও মনত সামান্য চিন্তা বাঢ়িব,লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।   
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতিকা সকলৰ আজিৰ দিনটোত মনত আনন্দ বাঢ়িব, যদিও মনত সামান্য হতাশা ভাৱ আহিব পাৰে, লগতে বিদ্যাত বাধা হোৱাৰ   যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সুযোগ লাভ হব, যদিও  ভ্ৰমনত সামান্য কষ্ট  হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, কৰ্মতউন্নতি লগতে প্ৰেমত শুভ  যোগ  দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত খংঙ ভাৱ বাঢ়িব, শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে, লগতে সামান্য  আৰ্থিক  অৱনতি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ।। আজিৰ দিনটোত মনটো সামাজিক হব, প্ৰেমত শুভ, লগতে ধন মান লাভ হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত উত্তম খাদ্য লাভ হব, যদিও সামান্য মানসিক চিন্তা বৃদ্ধি হোৱা যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বৃদ্ধি হব, কৰ্ম দক্ষতা বাঢ়িব, লগতে মনত আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, আত্মীয়ৰ আগমন হব,  আপোনাৰ দ্বাৰা আনৰ উপকাৰ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্ম পৰিবৰ্তন হব পাৰে লগতে দ্ৰব্য লাভ হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত ধন আগমন বাঢ়িব, আধ্যাত্মিক জ্ঞান বাঢ়িব, যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত অৰ্থলাভ হব, যদিও সামান্য ব্যয় বাঢ়িব পাৰে, যদিও সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                          জালুকবাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)