আমাৰ দেশৰ প্ৰতিজ্ঞা

©Admin
0
এই দেশ আমাৰ দেশ
প্ৰতিটো শিশুকেই শিকাম বৃক্ষ ৰুব
প্ৰতিজন মানুহক দিম বৃক্ষ উপহাৰ
তেজৰ নদীত ফুলাম সূৰুযমুী
আইৰ বুকুত ঘামবোৰ শুকাই 
প্ৰতিজন মানুহৰ বাবে গঢ়িম আমি
সেউজীী পৃথিৱী ৷
হেৰাই যাবলৈ ওলোৱা এখন দেশক,
এখন ধুনীয়া পৃথিৱী দিম ৷
শান্তিৰ সেউজ ছায়া ৷
মই তুমি আমি
সকলোৱে গঢ়ি যাম
এখন ধুনীয়া পৃথিৱী
এক সুন্দৰ প্ৰকৃতিৰে ভৰা
এক ধুনীয়া পৃথিৱী ৷৷

📝অনন্ত ৰবিদাস



Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)