নুমলীগড় দেওপাহাৰ অধ্যয়ন(খণ্ড- ০৭)

©Admin
0
সেইয়া আন একো নহয় বুঢ়ালুইতৰ বিশাল জলৰাশি ৷ উল্লেখযোগ্য যে ২০০৪-০৫ বৰ্ষত প্ৰত্নতত্ত্ববিদ হেমেন্দ্ৰ নাথ দত্তৰ পৰিচালনাত দেওপাহাৰ ভগ্নাংশশেষৰ খননকাৰ্য হাতত লোৱা হয় ৷ এই খননৰ ফলশ্ৰুতিতে ১০, ৭০X৯,৪০মিটাৰ বহল আৰু ০,৫০মিটাৰ ওখ এখন শিলৰ মজিয়াৰ ওপৰত প্ৰতিস্থিত ৩২,৫০ মিটাৰ ব্যাসৰ ২,৫৫ মিটাৰ ওখ এটা অপূৰ্ব কলাশৈলীৰ মন্দিৰ পাদদেশ উদ্ধাৰ হয় ৷

ডঃ মহেশ্বৰ নেওগদেৱে " অসমৰ সুকুমাৰ কলা আৰু বিজ্ঞান চৰ্চাৰ ঐতিহ্য " নামৰ প্ৰবন্ধত দেওপাহাৰৰ শিৱমন্দিৰৰ সম্পৰ্কত তলত দিয়া ধৰণে মন্তব্য আগবঢ়াইছে - নুমলীগড় আৰু দেওপানীত পোৱা মন্দিৰ আৰু থকাঘৰৰ তোৰণ,স্তম্ভ,স্তম্ভৰ শীৰ্ষাংগ , ভেতি আদিৰ বিশাল ভগ্নাংশশেষ সমূহ আৰু তাত খোদিত বিভিন্ন বিষয়ৰ ভাস্কৰ্য অতিশয় তাৎপৰ্যপূৰ্ণ ৷
                আগলৈ

📝মহেন শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)