মাক্স

©Admin
0
মই কব খোজা নাই মাক্সবাদ সমাজবাদৰ কথা ।
শিৰোনাম দখল কৰা মাক্স কথা ।
এই শতিকাত মূখ ধাকি লাজ নিবাৰন কৰিবলে নহয় মহামাৰী নিবাৰন কৰিবলেহে  মানুহৰ মাক্স ব্যৱহাৰ ।
ইংৰাজী এই মাক্স শব্দটো অসমীয়া ৰুপান্তৰ মূখা ।
মূখা নিপিন্ধিলে হব যে দোষি ।
মূখা নিপিন্ধিলে নপাব বিপনিত অন্ন মুঠি ।
নাপাব নিজৰ সাচতিয়া টকাবোৰ ।

দেশত মাক্স নিপিন্ধিলে হব মহামাৰী, বিয়পিব মূখৰ ভাপৰ পৰা ।
দুস্ত গৰুৰ মোখোৰা লগোৱাৰ দৰে মানুহে লগাব লগা হৈছে মুখা মানে মাক্স ।
মানুহৰ হাঁহিবোৰ লুকাই গ'ল ।
জীৱিকা নস্ত হ'ল ।
কাম কৰি খোৱা মানুহজন মালিকৰ ওচৰত শোষিত হ'ল । মূখাৰ আৰৰ মূখৰ কাহিনী মূখতে থাকি গ'ল  । 

  📝 শ্ৰী উৎপল দাস
     কুৰুৱাবাহী বোকাখাত

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)