আজিৰ ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                           ১০ শাওণ,ৰবিবাৰ,ইং  ২৬জুলাই ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৫২/৪০সূৰ্য্যাস্ত ঘ:৬/৬/০

ৰাশি -  কন্যা ৰাশি।ৰা:ঘ: ১৩/৫৬/৩২ যোৱাত তুলা ৰাশি।
তিথি - শুক্লা ষষ্ঠী ঘ:- ১১/৪২/১৬ লৈ।
নক্ষত্ৰ  - হস্থা ,ঘ: ১/৪৫/২৬ লৈ ।
আদ্যঋতু হলে -  বেশ্যা যোগ।
যাত্ৰা - পশ্চিম দিশত নাই ।ঘ: ১/৪২/১৬ যোৱাত বাযু কোনত নাই।
যোগিনী :- পশ্চিম দিশত  ।ঘ: ১/৪২/১৬ যোৱাত বাযু কোনত ।
মৰণত দোষ - এপদ।ঘ:১১/৪২/১৬ যোৱাত দ্বিপদ।
ভক্ষাভক্ষ্য -   নিমতিতা,তাল খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  আজিৰ দিনটোত  সামাজিক ব্যস্ততা বাঢ়িব, মানসিক শান্তি লাভ কৰিব, যদিও সজাগ নহলে বঞ্চিত হোৱাৰ যোগ দেখা যায়।   
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতিকা সকলৰ আজিৰ দিনটোত বন্ধুৰ সহায় লাভ হব, কৰ্মত সফল হব, যদিও সজাগ নহলে দেহ মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ, নতুন আশা বাঢ়িব, লগতে  মনত সামান্য উৎসাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত অৰ্থ লাভ হব, কৰ্মত উন্নতি হব,যদিও সজাগ নহলে সন্মান হানি হোৱাৰ যোগ  দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, ভ্ৰমনত শুভ, যদিও মনত সামান্য ভয় বৃদ্ধি  হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনৰ আশা পুৰণ হব, যদিও সজাগ নহলে সামান্য গৃহ অশান্তি হব পাৰে, লগতে মনত চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত ব্যৱসায়ত শুভ, কৰ্মত সুযোগ লাভ হব, যদিও সজাগ নহলে সম্পদ হানি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সফল হব, সন্মান লাভ হব, লগতে আলহীৰ আগমন হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত খ্যাতি অৰ্জন হব, শিল্পী সকলৰ শুভ, যদিও সজাগ নহলে সামান্য দু: সংবাদ লাভ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সম্পদ লাভ হব,প্ৰেম আৰু কৰ্মত শুভ,  যদিও সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত কৰ্মত সফল হব, বিপদ মুক্ত হব যদিও সজাগ নকলে ক্ষতি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, প্ৰেম আৰু কৰ্মত শুভ, লগতে সু: সংবাদ লাভ  হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                          জালুকবাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)