এজাক বৰষুণৰ অপেক্ষাত-১২

Rinku Rajowar
0
প্ৰান্তিক_______ ওম
________ কি ওম।
প্ৰান্তিক________ হব দিয়া ।ইমান কিয় কান্দি আছা।মোকো কন্দুৱাবা নেকি এতিয়া?
________ নালাগে আপুনি কান্দিব
চকুপানী খিনি মচি ল'লো
প্ৰান্তিক_________ আজি মই বহুত সুখী।
_________ কিয়।
প্ৰান্তিক_________ মোৰ জীৱনলৈ আজি নতুন কোনোবা আহিছে।
________ ওম।
প্ৰান্তিক________ লাজ কৰিছা?
________ uhu।
প্ৰান্তিক________ তুমি যে প্ৰথম দিনাই কলেজত কান্দিছিলা। মোৰ তেতিয়াই তোমাক ভাল লাগিছিল। কিযে তোমাৰ লাজ লাজ স্বভাৱ। My God মোৰ মনত অকলে অকলে হাঁহো।
________ হব তাকে এতিয়া আপুনি কৈ থাকিব নালাগে। Huh
প্ৰান্তিক________ নকওঁ দিয়া।।আৰু শুনা!.
________ কওঁক
প্ৰান্তিক_______ কলেজলৈ চুলি মেলি আহিবা চোন
______ কিয় ?মই চুলি মেলি ভাল নাপাওঁ
প্ৰান্তিক______ একো নহয় ।বতাহত কেতিয়াবা তোমাৰ চুলি কোচা মোৰ গালে মুখে পৰে যে সেইকাৰণে।
_______ মানে ? 
প্ৰান্তিক_______ মানে কি সেইদিনা কলেজৰ বেলকনিত ৰৈ থাকোতে বতাহত তোমাৰ চুলি বোৰ মোৰ মুখত পৰোতে তুমি যে মনে মনে চুলি 
কোচা বান্ধি লৈছিলা। মই গম নাপাওঁ বুলি।
________ অ কি মানে আপুনি গম পাই আছিল। বহুত বেছি কৰে।
প্ৰান্তিক_______ হাঃহাঃ খং কৰিব নালাগে এতিয়া।খং কৰিলেও তোমাক বৰ এটা বেয়া নালাগে। নাকৰ পাহি দুটা ফুলি যায়।
_______ ইমান চাই থাকে । নামাতো যাওঁক।
প্ৰান্তিক_______ হব এতিয়া ভাত খাই সোনকালে শুই যোৱা। ভাগৰ লাগিছে চাগে তোমাৰ।মোৰ কলেজৰ কাম অলপ আছে কৰি লওঁ।
________ hm।,,,। ঠিক আছে। কাম কৰি হলে সোনকালে শুই থাকিব। আৰু গৰম পানী খাব। Bye
প্ৰান্তিক________ ওম bye পোৱালি
৯.৩০ মান বাজিচে।ভাত খাই শুব লৈছো। মনটো আজি বৰ কিবা লাগিছে।তেওঁ কোৱা কথা বোৰ মনত পেলাই হাঁহি আছো । টোপনিও ধৰা নাই আজি। এনেই ফটো কিছুমান চাই আছো ফোন টোত।
সময় বোৰ ভালে ভালে পাৰ হলে হয় আৰু তাকে ভাবি জোৰ কৰি চকু কেইটা মুদি টোপনি যাবলৈ চেষ্টা কৰিছো। ৰাতি ১১ মান বাজিবৰ হৈছে।বহুত ডাঙৰ কৈ বৰষুণ এজাক আহিছে। বৰষুণ জাক আহিলতে তেওঁলৈ মোৰ মনত পৰি গৈছে।নাজানো বৰষুণ জাকৰ লগত মোৰ সম্পৰ্ক আছে ।প্ৰান্তিক দাক প্ৰথম লগ পাওঁতেই বৰষুণ জাক আহিছিল। সেইদিনা কলেজত কথা পাতোতেও বৰষুণ জাক দিও দিও কৈ আছিল।আৰু আজিও বৰষুণত জাকতে এটা নতুন সম্পৰ্ক গঢ় লৈ উঠিল। প্ৰান্তিক দাই বৰষুণত তিতি বেয়া পাই যদিও আজি মোৰ কাৰণে 
তিতিব লগীয়া হল। কিয় মানুহ জনৰ প্ৰতি ইমান হেঁপাহ ? ভাল পোৱা বোৰ সদাই এনেকৈয়ে থাকক। ভালে ৰাখক তেওঁক ভগৱানে। শুব লৈছো।তেনেতে মেচেজ এটা আহিছে ।
প্ৰান্তিক দাৰ মেচেজ। "পোৱালি " বুলি মেচেজ এটা দিছে।
ভাল লাগি হল ভাবি থাকোতেই মেচেজ এটা কৰিছে।
_______ কওঁক 
প্ৰান্তিক_______ শুৱাই নাই মানে তুমি।
________ uhu টোপনি অহা নাই।পিছে আপুনি?
প্ৰান্তিক_______ মোৰ কাম কৰি হৈছে তুমি শুলা বুলি এনেই মেচেজ এটা দিছিলো। হব দিয়া শুই থাকা।
_______ ওম আপুনিও শুই থাকক। Goodnight
প্ৰান্তিক______ শুনা!!!,,,
________ কওঁক
প্ৰান্তিক_______ love you
________ umm
লাজ লাগিছে।মই বেলেগ একো নকলো।
প্ৰান্তিক______ ঠিক আছে bye পোৱালি

আগলৈ••

🖌️পূৰ্ণিমা হালৈ 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)