লগৰীয়া (চানেকিৰ শিশুচ'ৰা)

©Admin
0

লগৰীয়া লগৰীয়া
মোৰ মৰমৰ লগৰীয়া
পাতিব পৰা নাই মই 
কাৰো লগত কথা। 

ক'ৰণা ভাইৰাচৰ কাৰণে 
যাব পৰা নাই বিদ্যালয় 
পঢ়িব পোৱা নাই আমি
একে লগে হাঁহি ধেমালি কৰি। 

আছে বহু কথা 
তোমালোকৰ লগত পাতিবলৈ 
বিদ্যালয় খুলিলেই আমি
সাজু হ'ম খেলিবলৈ।

📝তন্ময় শ্যামল কুৰ্মি
পঞ্চম শ্ৰেণী 
জকাই আদৰ্শ জাতীয় বিদ্যালয় 

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)