লগৰীয়া (চানেকিৰ শিশুচ'ৰা)


লগৰীয়া লগৰীয়া
মোৰ মৰমৰ লগৰীয়া
পাতিব পৰা নাই মই 
কাৰো লগত কথা। 

ক'ৰণা ভাইৰাচৰ কাৰণে 
যাব পৰা নাই বিদ্যালয় 
পঢ়িব পোৱা নাই আমি
একে লগে হাঁহি ধেমালি কৰি। 

আছে বহু কথা 
তোমালোকৰ লগত পাতিবলৈ 
বিদ্যালয় খুলিলেই আমি
সাজু হ'ম খেলিবলৈ।

📝তন্ময় শ্যামল কুৰ্মি
পঞ্চম শ্ৰেণী 
জকাই আদৰ্শ জাতীয় বিদ্যালয় 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send