আজিৰ ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞

২১শাওণ, বৃহস্পতিবাৰ,ইং ৬ আগষ্ট ২০২০। 
সূৰ্য্যোদয় ঘ:৫/৫৮/২সূৰ্য্যাস্ত ঘ:৫/৫৯/৩৮

ৰাশি -  কুম্ভ ৰাশি (ম,ট),
তিথি - কৃষ্ণা তৃতীয়া । ৰা:ঘ:-১০/৪৯/৬ লৈ
নক্ষত্ৰ  - শতভিষা ,ঘ : ১/১০/৫১ লৈ।
আদ্যঋতু হলে - দুৰ্ভগা যোগ, 
যাত্ৰা - অগ্নি কোনত নাই।ৰা:ঘ-১০/৪৯/৬ যোৱাত নৈঋত কোনত নাই।
যোগিনী -অগ্নি কোনত ।ৰা:ঘ-১০/৪৯/৬ যোৱাত নৈঋত কোনত ।
মৰণত দোষ - নাই, ৰা:ঘ - ১/১০/৫১ যোৱাত দ্বিপাদ।
ভক্ষাভক্ষ্য -  পটল খোৱা  নিষেধ। 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত বিঘিনি হব পাৰে,মানসিক অশান্তি হব পাৰে, লগতে মনত সমান্য অহং ভাব বৃ্দ্ধিৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন মান লাভ কৰিব, মনত আনন্দ বৃদ্ধি হব, লগতে সামাজিক ব্যস্ততা বৃদ্ধিৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ, সামাজিক সন্মান বৃদ্ধি পাব, যদিও কৰ্মত সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত সমস্যা বৃদ্ধি হব, যান বাহনৰ পৰা সাৱধান হব, লগতে কৰ্মস্থানপৰিৰ্তন হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ,সুখ লাভ হব,যদিও মনত অভিমান আৰু খং বৃদ্ধিৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেম আৰু কৰ্মত শুভ, মনৰ আবেগ বাঢ়িব,যদিও শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত কৰ্মত বন্ধুৰ সহায় লাভ কৰিব,সৌভাগ্য বৃদ্ধি হব, যদিও কৰ্মত সজাগ নহলে মনোমালিন্যৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত পুৰণি বন্ধু লভ কৰিব, কৰ্মত আনৰ সহায় লাভ কৰিব যদিও সামান্য জতিলতা বৃদ্ধিৰ যোগ দেখা যায়,
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ কৰিব, যদিও কৰ্মত সামান্য আত্মীয়ৰ  বিৰোধীতা পাৱ, লগতে সামান্য  চকুৰ ৰোগ বৃদ্ধিৰ যোগ দেখা যায় ।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনন্দ লাভ হব, যদিও কৰ্মত সামান্য   নিৰাশা বৃদ্ধি হব পাৰে,লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধিৰ  যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত সামাজিক সন্মান বাঢ়িব,যদিও মনত দু: চিন্তা বাঢ়িব , লগতে কৰ্মত সমান্য নিৰাশা বৃদ্ধিৰ  যোগ দেখা যায়,
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন মান লাভ কৰিব যদিও খৰছ বৃদ্ধিৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                 
জালুকবাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)