সূৰ্য্যোদয় ঘ:৪/৫৭/৩৫সূৰ্য্যাস্ত ঘ:৬/০/১৫
ৰাশি - কুম্ভ ৰাশি।
তিথি - কৃষ্ণা দ্বিতীয়া ৰা:ঘ:- ৯/৩৫/১০লৈ।
নক্ষত্ৰ - ধনিষ্ঠা,ৰা:ঘ: ৯/৩৫/১০ লৈ ।
আদ্যঋতু হলে - সুভগা যোগ।
যাত্ৰা - উত্তৰ দিশত নাই। ৰা:ঘ: ৯/৩৫/১০ যোৱাত অগ্নি কোনত নাই ।
যোগিনী :- উত্তৰ দিশত । ৰা:ঘ: ৯/৩৫/১০ যোৱাত অগ্নি কোনত ।
মৰণত দোষ - এপদ।ৰা:ঘ: ৯/৩৫/১০ যোৱাত নাই।
ভক্ষাভক্ষ্য - তিতা,ৰাতি পটল খোৱা নিষেধ ।
১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা আজিৰ দিনটোত শিক্ষক সকলৰ সুনাম বাঢ়িব, প্ৰেম আৰু কৰ্মত শুভ যদিও সজাগ নহলে মনত সামান্য অশান্তি সৃষ্টি হোৱাৰ যোগ দেখা যায়।
২. বৃষ ৰাশি - বৃষ ৰাশি জাতিকা সকলৰ আজিৰ দিনটোত সন্মান বাঢ়িব, যদিও মনত সামান্য ভয় বাঢ়িব পাৰে লগতে অৰ্থৰ নাটনি হোৱাৰ যোগ দেখা যায়।
৩. মিথুন ৰাশি - মিথুন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সামাজিক প্ৰতিস্থা লাভ হব,কৰ্মত যোগাযোগ হব, লগতে অৰ্থ লাভ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি জাতক জাতিক সকলৰ আজিৰ দিনটোত প্ৰিয়জনৰ আগমন হব, যদিও সমস্যা বাঢ়িব পাৰে লগতে সজাগ নহলে মনোমালিন্য হোৱাৰ যোগ দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত খংঙ অভিমান বাঢ়িব পাৰে, ভ্ৰমনত সফল হব, লগতে কৰ্মত সফল হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ।। আজিৰ দিনটোত শুভ সংবাদ লাভ হব, বন্ধু লাভ হব যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত বন্ধুৰ সহায় লাভ হব, শুভ কৰ্মলৈ মনোনিবেশ হব, লগতে প্ৰেমত শুভ হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বন্ধু লাভ হব, কৰ্ম দক্ষতা বাঢ়িব,লগতে মনত শান্তি বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত বিদ্যাৰ্থী সকলৰ শুভ, যদিও সামান্য ব্যয় বাঢ়িব পাৰে লগতে কৰ্মত।সামান্য বিৰোধ হোৱাৰ যোগ দেখা যায়।
১০. মকৰ ৰাশি - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমনৰ।সুযোগ লাভ হব, যদিও কৰ্মত জতিলতা বাঢ়িব পাৰে লগতে মনত নিৰাশা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত আত্মীয়ৰ আগমন হব, কৰ্মত সুযোগ লাভ হব যদিও মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত প্ৰশংসা লাভ হব, যদিও ব্যয় বাঢ়িব,লগতে সজাগ নহলে ক্ষতি হোৱাৰ যোগ দেখা যায়।
"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। "
আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।
-: জ্যোতিষী :-
শ্ৰী নয়ন জ্যোতি দেৱ শৰ্মা
-: নৱগ্ৰহ জ্যোতিষালয় :- জালুকবাৰী , গুৱাহাটী -১৪
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ