ৰুণহঁতৰ ঘৰ ।
আজি ৰিহণ যাবগৈ দিল্লীলৈ ।পূজাত কিছুদিন থকাৰ পিছত পুনৰ ব্যৱসায়ৰ কামত যাবলৈ ওলাইছে । ফ্লাইট ১১ বজাত আছে । অনবৰতে ফােন, ফেচবুক আৰু লেপটপৰ লগতে ব্যস্ত থাকে মানুহতো । যোৱাৰ সময়ত ৰুণে নিজে আগধৰি মাতবােল কৰে ইটাে- সিটাে ঘৰুৱা কথাবােৰ কিবা ক'বলগীয়া থাকিলে

জনায় । তেওঁলােকৰ ফ্লেটত থকা মানুহৰ কিবা অসুবিধা হলে share কৰে ৰুণে । ৰিহণে সকলাে তাইৰ মতেই কৰিবলৈ এৰি দিছে । তথাপিও ৰুণৰ মনে কিবা এটা হজম কৰিব পৰা নাই
মানুহটোৰ আও -ভাওবােৰত । এনেকৈ ভাৱি থাকোতে ৰিহণে যোৱাৰ সময়ত মাত লগালে ,'মই আহিলাে'।
অ' বুলি কৈ ৰুণ কিছুপৰ
থৰ লাগি বহি থাকিল ।
আগতে অহা বা যোৱাৰ সময়ত কিমান আবেগ ভৰা
ব্যৱহাৰ পাইছিল । সেই কথাবােৰ ভাৱি মনত বৰ দুখ পালে।
সৰু ল'ৰাটােৱে পূজাৰ পিছতহে মাকৰ ওচৰত বহিছে আৰু ডাঙৰটােৱেও
অলপ পাছত মাকৰ ওচৰত বহিলেহি।
তহঁতি এনেয়েতাে দূৰতে থাক' আৰু পূজাৰ সময়তো কোনোৱে মােৰ ওচৰত থাকিব নাপায়নে ।
মই কেও -কিছু নােহোৱা মানুহৰ দৰে অকলে- অকলে ইফাল-সিফালে ঘূৰি ফুৰিছাে ।
'মা', দেউতা লগত নাযায় নেকি ? সৰুতাে ল'ৰাই সুধিলে ।
: দেউতাৰৰ হেনাে কামেই কাম -ইয়াতো ।
সৰুতাে ল'ৰা : মা মােক তুমি নকলা কিয় ?
: কিনাে ক'ম আৰু তোমালােক সকলাে

ব্যস্ত ।
আমনি নিদিলাে আৰু ।
তোমালােকে 'মা' নহলেও চলিব পাৰা হৈছা - মই লক্ষ্য কৰিছাে ।
: মা তেনেকৈ নকবা । ময়েই কিজানি আটাইতকৈ বেছি ভাল পাওঁ । কোৱা মা ক'লৈ যাবা মই লৈ যাম ।
: অ' ককা-আইতাহঁতে কাইলৈ সত্যনাৰায়ণ পূজা পাতিছে, নগাৱঁলৈ যাৱ লাগিছিল ।
: হ'ব মা মই তোমাৰ লগত যাম ।
: মাকে ক'লে তেন্তে কাইলৈ ৮ বজাত সাজু হ'ব লাগিব ।
পাৰিবিনে নাই ?
: সি ক'লে ," মা চিন্তাই নকৰিবা " । প্ৰমিচ ।
পিচদিনা পুৱাই তেওঁলােক দুয়াে ওলাল আৰু প্ৰায় আঢ়ৈ ঘন্টামানৰ পিছত নগাৱঁৰ ঘৰ পালেগৈ ।
নগাৱঁৰ ঘৰ গৈ পালে আৰু ৰিহণৰ কথা ৰুণক সুধিলে । ৰুণে সি অতি ব্যস্ত বুলি বুজালে । তাই সিহঁতৰ মাজত হােৱা মনৰ বেৰখনৰ
সম্ভেদ দিবলৈ মন কৰা নাই , কাৰণ শাহু -শহুৰে সদায় বােৱাৰীয়েককহে প্ৰথমে দোষ দিয়ে ।
শাহুৱেকে ক'লে ,"তালৈ ফােনতো লগােৱাচােন "।
ৰুণে ফােন ডাইল কৰিলে -কিন্তু এবাৰো নধৰিলে ।
তাই অলপ ভিতৰি- ভিতৰি
লাজেই পাইছে আৰু বহুত আহত হ'ল । তাইৰ অন্তৰেহে জানে , কেনেকৈ আছে আৰু কি হৈছে ।
শাহুৱেকে পুতেকলৈ ফােন লগালে। লগে লগে ধৰিলে । তাই আৰু লাজ পালে ।
শাহুৱেক : তই পূজাত নাহিলি যে । কিয়?
ৰিহণ: বহুত ব্যস্ত মা । সেইবাবে ।
যি কি নহওক নগাৱঁৰ ঘৰলৈ আহি ভাল পালে । ঘৰ ঘৰ লগা এটা পৰিৱেশ । তাতে সত্যনাৰায়ণ পূজাত বাবে উখল-মাখল।
ল'ৰাই ককাক আইতাকক পাই ভালেই পালে ।
ৰুণৰ পূজাৰ বহি আৰু সেৱা সৎকাৰ কৰি ভালেই লাগিল । মনতো সেই সময়ত পাতল পাতল লাগিল । ৰাতি পূজাভাগ খাই উঠি সকলোৱে নিজৰ ৰুমে ৰুমে শুলে ।
ৰাতি টােপনিতে তাই সপােন দেখিলে ।
:তাই ৰিহণক কৈছে ,"তুমি মই নহ'লেও চলিব পাৰিবানে"?
: ৰিহণ -চলিয়েই আছাে দেখােন ।
: তেতিয়া ৰুণৰ মনতো আৰু বেয়া

লাগিল । তাই হুৰাহুৰে কান্দিলে । কাষতে শাহুৱেকৰ ৰুম । তাইৰ কান্দােনৰ মাত শুনি সোমাই আহিল , তাইৰ ৰুমলৈ । তাই তেতিয়াও ফেকুৰি ফেকুৰি কান্দি আছিল ।
শাহুৱেকে শুধিলে," কি হ'ল "? কিয় ইমানকৈ কান্দিছা ।
: ৰুণে ক'লে," নাই এনেয়ে কোনোবাই মাৰিবলৈ খেদি আহিছিল , ভয়তে

কান্দিলাে ।
: শাহুৱেকে পুনৰ মনতাে মুকলি কৰি শুই থাকিবলৈ উপদেশ দিলে ।
: তাইৰ টােপনি নাহিল । বহুত সময় সপােনৰ কথাখিনিয়ে অন্তৰত ক্ৰিয়া কৰিবলৈ লাগিল ।
এনেকুৱা লাগিল যেন - তাই যেন ৰিহণৰ পৰা confirmation হে পালে -তাইক আৰু প্ৰয়ােজন নাই বুলি ।
মনতাে উগুল-থুগুল লাগিল ।
উভতি চালে বৰ্তমানক ।
হয় মই কৰবাত ফুৰিবলৈ গৈছাে নে তেওঁৰ লগতে আছাে । এইবােৰৰ পৰা বহুত দূৰত আজি কিছুবছৰ আছাে ।
কাকো কবও নােৱাৰাে আৰু। না মাক-দেউতাক ক'ব পাৰো নে শাহু-শহুৰক ক'ব পাৰো । নিজৰ মনৰ মাজত চলি থকা জুইকুৰাৰ কথা কাকেইবা কিয় ক'ব(?),অযুত প্ৰশ্ন নিজে নিজে ভাৱি কেতিয়া টােপনি গ'ল তাই গমকে নাপালে ।
পুৱা সাতবজালৈকে বিচনাতে আছিল তাৰ পাছত সাৰ পাই ল'ৰালৰিকৈ গা ধুই ল'লে ।
শাহুৱেকে যোৱাৰাতিৰ কথাখিনি গম পাই , সেইবাবে একাে নকলে ।
এনেতে বান্ধৱী মুনৰ ফােন আহিল ," ক'ত আছা ৰুণ"।
: ইয়াত নগাৱঁত ।
: শুনা, আমাৰ গ্ৰোপৰ নিবেদিতাৰ নাতিনীৰ অন্নপ্ৰশন্ন তােমাৰ তাত যাম বুলি কৈছে আৰু মােক ফােন নম্বৰ সুধিছিল ।
যাব তােমাৰ ঘৰলৈ কাইলৈ । আহি পাবাতাে।
: ৰুণ - অ' আহি পাম ।
: মুন - তেতিয়াহ'লে কেইবজাত কম।
: ৰুণ - গধূলি ৬-৮ বজাৰ ভিতৰত আহিলেই হ'ল ।
এনেতে শাহুৱেকে সকলােকে ব্ৰেকফাষ্ট খাবলৈ মাতি আছে ।
কিমান যে আইটেম - লুচি- ভাজি, ফলমূল, পায়স, ব্ৰেড, বাটাৰ, কৰ্ণফ্লেক্স, বিস্কুট আদিৰে টেবুল ভৰাই দিছে । ঘৰত মানুহৰ পয়ােভৰ শহু, শাহু, দেৱৰ, জাঁ, নাতি -নাতিনী ৰে ভৰা ঘৰ সকলােৱে ফুৰ্ত্তিতে আছে -একমাত্ৰ ৰুণৰ বাদে । বহুত মানুহ থাকিলেও তাইৰ মনতাে অকলশৰীয়াই হৈ থাকে ।
কিন্তু কাকো জানিবলৈ নিদিলে । ব্ৰেকফাষ্ট খাই গুৱাহাটীৰ ঘৰলৈ বুলি ৰাওণা ল'লে ।
আগলৈ

📝মীনা পামে গাম
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ