নেদেখে সুখৰ মুখ।
সুখ বিচাৰি বিচাৰি মানুহে,
পায় যে কেৱল দুখ।
বেলেগৰ দুখত দুখী হলে,
পায় যে আচল সুখ ।
আহিব মানুহ যাব মানুহ,
বিচাৰি নাপায় সুখৰ মুখ।
সংসাৰৰ আচল সুখ,
মা-দেউতাৰ অবিহনে নাপায়।
পায় মাথোঁ মিছা মৰম ,
নিজৰ দুখত আনক সুখী কৰা।
তেতিয়া পাবা জীৱন ভৰা ,
সুখৰ উপৰিও সুখ ।
🖋প্ৰমিলা বৰ্মন.
বঙাইগাও।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ