১/ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন ?
উত্তৰ= লোকপ্ৰিয় গোপীনাথ
বৰদলৈ ।
২/ অসমৰ প্ৰথম ৰাজ্যপাল কোন ?
উত্তৰ= মহম্মদ চালেহ আকবৰ হাইদৰী ।
৩/ বৰ্তমান বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান?
উত্তৰ= ১২৬ জন
৪/ ৰাজ্যসভাত অসমৰ আসনৰ সংখ্যা ।
উত্তৰ= ৭ জন
৫/ সাংবিধানিক স্বীকৃতি লাভ কৰা অসমৰ দ্বিতীয়টো ভাষা কি?
উত্তৰ= বড়ো ।
৬/ প্ৰথম অসমীয়া মূখ্যন্যায়াধীশগৰাকী কোন আছিল ।
উত্তৰ= হলিৰাম ডেকা ।
৭/ ভাৰতৰত্ন পোৱা প্ৰথম অসমীয়াজনৰ নাম কি?
উত্তৰ= লোকপ্ৰিয় গোপীনাথ বৰদলৈ ।
৮/ গাওঁ পঞ্চায়তৰ সদস্যৰ সংখ্যা কিমান?
উত্তৰ= ১০ জন ।
শ্ৰী উৎপল দাস (সংগ্ৰাহক)
কুৰুৱাবাহী বোকাখাত
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ