সাধাৰণ জ্ঞান

 ছাত্ৰ -ছাত্ৰীসকলৰ জানিব লগা কেইটামাসাধাৰণ জ্ঞান ।

১/ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন ?

উত্তৰ= লোকপ্ৰিয় গোপীনাথ    
বৰদলৈ ।

২/ অসমৰ প্ৰথম ৰাজ্যপাল কোন ?

উত্তৰ= মহম্মদ চালেহ আকবৰ  হাইদৰী ।

৩/ বৰ্তমান বিধানসভাৰ মুঠ সদস্যৰ সংখ্যা কিমান?

উত্তৰ= ১২৬ জন

৪/ ৰাজ্যসভাত অসমৰ আসনৰ সংখ্যা ।

উত্তৰ= ৭ জন
  
৫/ সাংবিধানিক স্বীকৃতি লাভ কৰা অসমৰ দ্বিতীয়টো ভাষা কি?

উত্তৰ= বড়ো ।

৬/ প্ৰথম অসমীয়া মূখ্যন্যায়াধীশগৰাকী কোন আছিল ।

উত্তৰ= হলিৰাম ডেকা ।

৭/ ভাৰতৰত্ন পোৱা প্ৰথম অসমীয়াজনৰ নাম কি?

উত্তৰ= লোকপ্ৰিয় গোপীনাথ বৰদলৈ ।

৮/ গাওঁ পঞ্চায়তৰ সদস্যৰ সংখ্যা কিমান?
উত্তৰ= ১০ জন ।



শ্ৰী উৎপল দাস (সংগ্ৰাহক) 
       কুৰুৱাবাহী বোকাখাত

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send