আজিৰ ৰাশিফল

Rinku Rajowar
0
🌞 শ্ৰী শ্ৰী সূৰ্য্যায় পৰম ব্ৰহ্মণে নম:🌞                           ২৩শাওণ,শনিবাৰ,ইং  ৮আগষ্ট ২০২০। 
সূৰ্য্যোদয় ঘ:৪/৫৮/৫২সূৰ্য্যাস্ত ঘ:৫/৫৮/২০

ৰাশি -  মীন ৰাশি।
তিথি - কৃষ্ণা পঞ্চমী ৰা:ঘ:- ২/১৯/২০ লৈ।
নক্ষত্ৰ  - উত্তৰাভাদ্ৰপদ ,স:ঘ: ৬/৯/৪০ লৈ ।
আদ্যঋতু হলে - দুৰ্ভগা যোগ।
যাত্ৰা - দক্ষিণ দিশত নাই। ৰা:ঘ: ২/১৯/১০ যোৱাত পশ্চিম দিশত নাই ।
যোগিনী :- দক্ষিণ দিশত । ৰা:ঘ: ২/১৯/১০ যোৱাত পশ্চিম দিশত ।
মৰণত দোষ - এপদ।
ভক্ষাভক্ষ্য - বেল, ৰাতি তিতা খোৱা নিষেধ । 

১. মেষ ৰাশি - মেষ ৰাশি জাতক জাতিকা  আজিৰ দিনটোত উত্তম ভোজন লাভ হব,যশস্যা লাভ হব যদিও কৰ্মত সামান্য জতিলতা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।   
২. বৃষ ৰাশি - বৃষ ৰাশি   জাতিকা সকলৰ আজিৰ দিনটোত সাহিত্য সেৱাত মনোনিবেশ হব, সহায় লাভ হব, লগতে কৰ্মত যোগাযোগ  হোৱাৰ  যোগ দেখা যায়।
৩. মিথুন ৰাশি  - মিথুন ৰাশি  জাতক জাতিকা সকলৰ আজিৰ দিনটোত আনৰ সহায় লাভ হব, সমস্যাৰ সমাধান হব, যদিও সজাগ নহলে মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৪. কৰ্কট ৰাশি - কৰ্কত ৰাশি   জাতক জাতিক সকলৰ আজিৰ দিনটোত শিল্পী সকৱৰ শুভ, যদিও মনত সামান্য চিন্তা বাঢ়িব পাৰে লগতে সজাগ নহলে দ্ৰব্য হানি হোৱাৰ যোগ  দেখা যায়।
৫. সিংহ ৰাশি - সিংহ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সমস্যাৰ সমাধান হব, প্ৰেম আৰু কৰ্মত শুভ, যদিও সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬. কন্যা ৰাশি - কন্যা ৰাশি জাতক জাতিকা সকলৰ।। আজিৰ দিনটোত কৰ্মত উন্নতি হব, যদিও সামান্য জতিলতা থাকিব লগতে প্ৰাপ্তি  যোগ দেখা যায়।
৭. তুলা ৰাশি - তুলা ৰাশি জাতক জাতিকা সকলে আজিৰ দিনটোত নতুন ব্যৱসায়ত শুভ,বন্ধু লাভ হব, লগতে ধন আগমন বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮. বৃশ্চিক ৰাশি - বৃশ্চিক ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত ধন বৃদ্ধি হব, কৰ্ম ব্যস্ততা বাঢ়িব, যদিও কৰ্মস্থলিত সামান্য বাধা হোৱাৰ যোগ দেখা যায়।
৯. ধনু ৰাশি - ধনু ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত শান্তি বিঢ়িব, যদিও সামান্য ব্যয় বাঢ়িব পাৰে লগতে যান বাহনৰ পৰা কষ্ট পোৱাৰ  যোগ দেখা যায়।
১০. মকৰ ৰাশি  - মকৰ ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত মনত চিন্তা বাঢ়িব, কৰ্মত জতিলতা বাঢ়িব পাৰে লগতে শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১. কুম্ভ ৰাশি - কুম্ভ ৰাশি জাতক জাতিকা সকলৰ আজি দিনটোত বন্ধুৰ সহায় লাভ হব, কৰ্মত সফল হব, যদিও মনত সামান্য হতাশা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১২. মীন ৰাশি- মীন ৰাশি জাতক জাতিকা সকলৰ আজিৰ দিনটোত সকলো কৰ্মতে শুভ, যদিও সামান্য এলাহ বাঢ়িব লগতে সজাগ নহলে  শৰীৰত সামান্য এলাহ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

"সৰ্বে ভৱন্তু সুখিন: সৰ্বে ভৱন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ  ভাগভৱেৎ।। "

আজি দিনটো সকলোৰে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

         -: জ্যোতিষী :-

শ্ৰী নয়নজ্যোতি দেৱ শৰ্মা 
-: নৱগ্ৰহ জ্যোতিষালয় :-                                      জালুকবাৰী , গুৱাহাটী -১৪


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)