নৈতিক মূল্যবোধ শিক্ষা-০১

©Admin
0

আজিৰ  যুগত নীতি শিক্ষাৰ অতি আৱশ্যক 

শিশু কালৰে নৈতিক মূল্যবোধ  বিষয়ে শুনি আহিছোঁ ৷ মানুহ হিচাপে গঢ় দিবলৈ নৈতিক শিক্ষাই বিশেষ ভূমিকা পালন কৰে ৷

নৈতিক মূল্যবোধ  সিদ্ধান্তৰ এটা সমূহ

 হয় ৷ 

যিয়ে আমাক আমাৰ সম্পূৰ্ণ জীৱনত পথ প্ৰদৰ্শক হিচাপে কাম কৰে ৷

নৈতিক মূল্যবোধে আমাক জীৱনক নেতৃত্ব কৰিবলৈ শুদ্ধ পথত লৈ যায় ৷

নৈতিত মূল্যবোধে আমাক ভাল আৰু বেয়াটো নিৰ্বাচন কৰাত সহায় কৰে ৷

নৈতিকমূল্যবোধৰ চৰিত্ৰ হৈছে 

আনৰ প্ৰতি প্ৰেম , দয়া কৰুণা 

আনক সহায় কৰাৰ মনোভাৱ

আনৰ প্ৰতি সন্মান প্ৰদৰ্শন

ন্যায়বাদী হোৱা আদি ৷

মূল্যবোধ শিক্ষাই মানুহক উচ্চ চিন্তা আৰু মনোভাৱৰ ব্যক্তি হিচাপে গঢ়ি তোলে ৷

নৈতিক শিক্ষাত ব্যক্তিৰ বিকাশ হয় আৰু সুচৰিত্ৰ গঠন কৰাত সহায় কৰে ৷ 

ব্যক্তিজনক সামাজিকৰণতো সহায় কৰে ৷


আমাৰ জীৱনত প্ৰয়োজনীয় সকলো ধৰণৰ নীতি জ্ঞান নৈতিক মূল্যবোধ দিবলৈ সক্ষম গতিকে নৈতিক মূল্যবোধ শিক্ষা বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্নিহিত কৰাতো অতি আৱশ্যক ৷

                       আগলৈ•••

🖊️দুলাল ৰবিদাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)