হেজাৰ অশ্রুনিগৰা পৰিস্থিতিৰ মাজত অনবদ্য অৱদানৰ চিৰস্থায়ী বাস্তৱিক কান্দোন মাত্র "চিঞৰ" । হয়টো, ভবাই নাছিলা তুমি মোৰ অন্তৰৰ মৰমকণ ! আৰু কেতিয়াওঁ নুবুজিবা তুমি মোৰ তৃষ্ণাতুৰ, হিয়া-ভঙা কান্দোন । জীৱনৰ বিয়লি বেলালৈ থকাৰ প্ৰতিশ্ৰুতিৰে আজি কৰি তুলিলা তুমি মোক প্ৰত্যেকটো ক্ষনতে অকলশৰীয়া। এই কংকাল-ময় সময়ত মাত এষাৰ দিবলৈ, কাৰো'ৰে নাই সময়ৰ টিকনি। কিয়নো_________এই সংসাৰত কাৰোৰে নাই ভৰষা। সি লাগিলে, নিজৰ সন্তানেই কি নহওঁক;
"জীৱন দুদিনীয়া" কিন্তু_ _ _ _ _ _ _ _ _ _ _ _ মনৰ স্মৃতি জাগ্রত হ'লে, এজাক ধুমুহাই সৈতে চিঞৰা টো অৱশ্যম্ভাৱী।
সেয়ে আজি মই তোমাক নপোৱাৰ বেদনাত, যেন_ _ _ _ _এনে পৰিস্থিতিত।
হঠাৎ, এনে চিঞৰে বুকুত কন্দুৱাই কৰে'হি দিশহাৰা মোৰ।
______________________তুমিওঁ মৰ্মে-মৰ্মে উপলদ্ধি কৰিবা এদিন, মই এতিয়া যান্ত্রনাত কক-বকাই্ ফুৰাঁ বাধাগ্ৰস্ততা হিয়াভৰা কান্দোনৰ চিঞৰ।
✍️চিন্ময় ডেকা,ওডালগুৰি (টংলা)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ