Showing posts from January, 2020

কোমল বতাহ

আশাৰেই বাট চাওঁ       এটি নতুন দিনৰ নতুন পুৱালৈ           হেপাহেৰে ৰুৱা ফুলজোপাত              এপাহ সুকোমল ফ…

ৰূপ জীৱনৰ

ফুলৰ সৈতে খেলিবা সুগন্ধত ভূল যাবা ধুলিৰ লগত খেলিবা  লেতেৰা হৈ যাবা !          কুলিৰ সৈতে থাকিবা         মিঠ…

সকলো উভতি আহিল

দুৱাৰ কঁপাই এচাটি  বতাহ উভতি আহিল, যি বাটেৰে আগেয়ে আহিছিল  ৰাতিৰ চৰাই  সেই বাটেৰেই উভতি আহিল  বিকট কিৰিলি প…

দৃষ্টিপাত

দুঃসময়ত পিঠি কেইখন দেখিয়েই তোমালোকক সহজেই চিনি পালো । অদৃক ধাৰণাবোৰত ফেভিকল ঢালি থৈ তোমালোক এতিয়া মখমলৰ বিচ…

নাৰী তুমি

নাৰী তুমি সচাকৈয়ে অন্যন্যা তোমাৰ ৰূপত প্ৰকৃতি উতলা      ফাগুনী মলয়া হব খোজে উন্মনা । আউলী বাউলী চুলি মেলি হ…

অপৰাধী

বিজয়ে লৰালৰিকৈ ইউনিফৰ্ম পিন্ধি চাইকে’লখন উলিয়াই নিওতে পাছফালৰ পৰা বায়েকে  মাত লগালে ব্ৰেকফাষ্ট কৰি যোৱা ভাই…

কৃষ্ণ গহ্বৰত ফাগুন

উদ্ভাসিত হোৱাৰ সময়বোৰ  অতীত উপহাৰ  দি  নিজকে আৱিষ্কাৰ কৰিছিলো  কৃষ্ণ গহ্বৰৰ গৰ্ভত  অনাবিষ্কৃত ৰূপত ।  ৰূপান…

পুনৰ ঘূৰি আহিম আমি মা....

গুচি আহিলোঁ মা, এইবাৰলৈ গুচি আহিলোঁ। অহ তুমিচোন গমেই নোপোৱা মা আমি যে এতিয়া ঢুকি নোপোৱা দূৰত্বত, তুমি সাৰ প…

আই আছিল নাৰীৰ মনৰ মানুহ

সময়ে উৰুৱাই লৈ গ'ল উকমুকাই থকা চাদৰৰ তলৰ কেছ বছা ৰিহা আচলৰ কাহিনী, মানৱতাৰ আদিপাঠ আওৰাই পথাৰৰ সপোন পিত…

বেবেৰিবাং

অসমীয়া সাহিত্যৰ চানেকিৰ প্রিয় পাঠক সকলক বৰ দুখেৰে জনাব খুজিছো যে - আপোনালোকে ইমানদিনে মোৰ কবিতা পঢ়িছে । পিছ…

নিষ্ঠুৰ নিয়তিৰ পৰিহাস

অ' মা চোৱাহি চোন আমি খেলি থকা ৰুমত জুই জ্বলিছে।মা&…

No title

ইতিহাসৰ জলঙাৰে ষ্টীলৱেল পথ

ভাৰত উপমহাদেশত এসময়ত ব্ৰিটিছ ঔপনিৱেশিক সাম্ৰাজ্যবাদীসকলৈ শাসন কৰিছিল সেয়া সৰ্বজনবিদিত। ব্ৰিটিছ ঔপনিৱেশিক সা…

পাচলি বজাৰত বিলাহী বিস্ফোৰণ

নমস্কাৰ দেওবৰীয়া মুখ্য বাতৰিত আপোনাৰ স্বাগতম জনাইছো মই কেটৰিনা কেফ আৰু আপুনি চাই আছে মিছলীয়া লাইভ চেনেল  প্…

বেবেৰিবাং

আজি বেবেৰিবাংত ক'বলৈ একো নাই । তথাপিও যিটো কথা ক'ম সেইটোৰ নিচিনা কথা এটা আপোনালোকে সৰু কালতে শুনিছে…

নিমন্ত্ৰণ

আহিবাচোন- এদিন নৈৰ পাৰলৈ ৰঙা-নীলা ৰঙবোৰৰ সতে লুকাভাকু খেলিবলৈ, আহিবাচোন-  এদিন ধাননি ডৰাৰ মাজলৈ চৰাই আৰু সে…

আধৰুৱা প্ৰেম কাহিনী (খণ্ড - ১)

গাড়ীৰপৰা নামি সত্যমে খোজ দিলে সেউজী চাহনিৰ মাজেদি যোৱা জেলেপীমূৰীয়া পথেদি ! চৌপাশে সেউজীয়া চাহনি আৰু মা…

আৰ্তনাদ

এক চেকেণ্ডৰ উশাহত থমকি ৰব খোজে আকাশ মই জন্ম অন্ধ জীৱন কি বোলা কথাষাৰৰ অৰ্থ তেনেই পঙ্গু হাতত এচলু পানী বিচাৰ…

ৰণডংকা

আই অসমীৰ বিপদ ধব্বনি আকৌ যুদ্ধ কৰিবই লাগিব নহ'লে যে ৰক্ষা এইবাৰ নাই ৰণলৈ টঙালি বান্ধি সাজু হবলৈ  আই অসম…

সজাগ জনতা

"জাতীয়তাবোধ স্বভিমাণী ৰমণী আমি দেশৰ বাবে বিন্দু বিন্দু তেজ দিবলৈ সাজু" শুনা বদনসকল তোমালোকৰ মনোকা…

আঘোণ

সেমেকা শীতৰ বোকোচাত উঠি  আহিলে আঘোণ হয় সোণোৱালী  নিমাতী নিয়ৰৰ মায়াবী পৰশত ৰঙীয়াল ৰ'দালিৰ নাচোন মনোৰমা প…

বেবেৰিবাং

নিশা এক বাজিছে । নগেনে এজন ভ্ৰষ্টাচাৰী তথাকথিত নেতালৈ ফোন  লগালে । তিনিদিন ধৰি হিমচেচাঁ বতৰত এই নিশাখন কিবা…

মোৰ দেশ আপোন দেশ

আকাশ নীলা  সোণালী ধৰা ফুলনিৰ ফুল  নাচিছে হালি জালি পাহাৰৰ নিজৰা  নামিছে কুলকুল কৰি বসন্ত আহিলে কুলিয়ে বিহুন…

মহাযাত্ৰাৰ অন্তত

আজন্ম তুমি মোৰ সহচৰ আমৃত্যুও তোমাৰ অঘোষিত অধিকাৰ । এটা প্ৰশ্ন বহুবাৰ কৰিছো নিজকে তুমি মোৰ কান্ধত উঠি আছা নে…

পলাশী কোলা

হৃদয়ৰ মৰম , আত্মাৰ বিননি  তুমি প্ৰাণ     - - - - -! সাগৰৰ গভীৰতাৰ দৰে  আকাশৰ বিশালতাৰ দৰে  তুমি জীৱনৰ গান -…

বেবেৰিবাং

মৃগেন্দ্র কাকতি চিধা-চাধা আৰু খাৰাংখাচ মানুহ । অসুখ বুলিলে গেষ্ট্ৰিকটোৱে অলপ আমনি কৰে । সেয়ে সাতে পাঁচে মিল…

নৈ প্ৰেম

এই নদীখনক  মই ভালপাওঁ নিজতকৈও আৰু তোমাতকৈও বেছি...! বুকুৰ ভিতৰত আজিও আছে নৈখনৰ স্মৃতিৰ কৰুণ বিননি। মোৰ উজাগ…

পোতাশাল

ডাৱৰে ঢকা আকাশক  সুধিছিলো .... এটি মৃদু গৰ্জন হলেই বৰষিব পাৰে নেকি ? প্ৰতিবাদৰ এজাক বৰষুণ ঈদৰ জোন ওলোৱা স্ব…

সম্প্ৰতি ভাৰতীয় চলচ্ছিত্ৰবোৰে ইতিহাস বিকৃত কৰিবলৈ ধৰিছে নেকি?

১২৫ বছৰ পূৰ্বে, ১৮৯৫ খ্রীষ্টাব্দত লুমিয়ৰ ব্রাদাৰ্চ নামেৰে খ্যাত নিকোলাছ ও জিন লুমিয়ৰ প্রযোজিত আৰু পৰিচালিত …

কা(CAA)

যাত্ৰা

এদিন  হৈ আছিলি তই মোৰ গা ঢকা ছোলা ঘামি ঘামি এক দুগন্ধোময় কিন্তু!!! মনে নিবিচাৰিলে ঘৃণাত উপঙিবলৈ, মই জানিব …

আশা

তোমাক যিদিনা লগ পাম শীতৰ ঠেৰেঙা লগা জাৰ হ'লেও নিশাটো উজাগৰে কটাম বুকুৰ হেপাহ উজাৰি আমি দুয়ো পাতিম মনৰ ক…

তোমাৰ নামটোনো কি ?

কাজিৰঙা কঁহৰা  চিনাকী সুৰ এটা কোমল অন্তৰ খুলি বজাই প্ৰাণঢালি কি যে সুন্দৰ বাঁহী !                      ভাৰত…

প্ৰকৃতিৰ লীলা

প্ৰতিটো পুৱাৰ সূৰ্য্যৰ কিৰণে , কঢ়িয়াই আনে এক নৱ বাৰ্তা। পূৱৰ ৰঙা বেলিটিলৈ চালেই দুচকুত ভাহি উঠে এক মনোৰম দৃ…

চেৰা-বলিয়া

মই চেৰা-বলিয়াৰ দুৰন্ত প্ৰেমিক । সিহঁতৰ প্ৰতিটো ৰক্ত কণিকাত পলুৰ পৰা  পখিলা হোৱাৰ কলা । প্ৰতিটো নিশ্বাসত পৃথ…

জীৱনৰ অলিখিত পৃষ্ঠা

আজি অন্তিম খন যাত্ৰাৰ ৰণডংকা ভৌগোলিক অৱস্থান হব "সূৰ্য উঠা দেশ" চিৰসেউজ আৱৰণত ক্ষুদ্ৰ সত্তা বিলীন…

আহ্বান

জাগি উঠ যুৱ শক্তি দল শুৱলৈ নাই সময় জাতি-মাটি-ভেটি যাৱৰ হ'ল তই হবি ভূমিহীন,ভাষাহীন.....! এতিয়া এৰ তই ভোক…

সেউজবুলীয়া জীৱনৰ কথা

সেউজ চাহ বাগিচা খনে বুঢ়া শিৰীষ জোপাই বহু কথাই বুজি পায়। নি:সংকোচে কবলৈ ধৰে কাম কৰি পেট পোহপাল দিয়া শ্ৰমজীৱী…

Load More That is All