Showing posts from October, 2020

হেৰুওৱা ঠিকনা বিচাৰি-কৰবী ভূঞা

এদিন বেলিটোৰ দৰেই প্ৰতিশ্ৰুতি দি    ৰৌদ্ৰোজ্বল পুৱাটো হেৰাইছিল।    স্বপ্নৰ চাকনৈয়াত জীৱনৰ ষ্টেচনগানত   …

আমাৰ অস্তিত্ব ৰক্ষাত সাহিত্যৰ ভূমিকা ০১ ~ প্ৰবন্ধ- হেমেন হাজৰিকা

সাহিত্য মানে কি ? সাহিত্য বুলি ক’লে আমি কি বুজো ? দেখা অথবা শুনাত একেবাৰে সহজ প্ৰশ্ন , কিন্তু ইয়াৰ উত্তৰ খ…

ৰাতিৰ আলাপ - ৰীতামণি বৰদলৈ

মাজে মাজে  উজাগৰী ৰাতিটোৰ সতে  সাৰে থাকো মই ! আন্ধাৰ ৰাতি আকাশৰ তৰাবোৰ গণি  পাৰ কৰো উৎকণ্ঠিত সময়বোৰ; বতাহ…

তুমি আহিলা শৰত -কানন বৰুৱা

মোৰ পদূলিত ভৰি দিলাহি সুগন্ধি হৈ আহিলা ৰঙ বিৰঙী ফুল হৈ চৌদিশে সজালা কেতিয়াবা এছাটি বতাহ হৈ গালে-মুখে স্পৰ্শ…

স্তৱক-প্ৰজ্ঞা দেৱী ভূঞা

(০১) স্মৃতিৰ মানসপটত অগা-ডেৱা কৰে; এমুঠিমান অনুভৱ, অনুভৱৰ ডেউকাত  দুপাখি মেলি উৰিব খোজে আৱেগবোৰে। (০২) আৱেগ…

যৌৱনা নাৰী-সান্নিধ্য শইকীয়া

ঐ,, তই হেনো যৌৱনা নাৰী? কিন্তু তোৰ বাবে এই যৌৱন,, বেদনাৰে ভৰা এটি হাঁহি।। সুখে-দুখে পাৰ কৰি অহা,, তোৰ এই যৌ…

উপহাৰ-ববিতা শইকীয়া

এখন মুকলি আকাশ উপহাৰ দিবা সজাই তুলিম বন পক্ষীৰ এখন ধুনীয়া দেশ কোলাহলৰ পৰা বহু দূৰত ৰামধেনুৰ সতে সংগীতৰ মূৰ্…

এটা সপোন-হিমাশ্ৰী বৰা

সিহঁত আহিছে... অৰুণ উদয়ৰ পৰত কংক্ৰীটৰ বাটেদি , ওঁঠযুগলত প্ৰস্ফুটিত অকৃত্ৰিম দুটি হাঁহিৰ চিকমিকনি । লগত‌‌ হ…

পাগল প্ৰেমিক-ৰূপজ্যোতি শইকীয়া

শ্যাম হোটেলৰ ডিস্পোজেল গিলাচৰ এপিয়লা ফিকা বন্ধুৰ উচটনিত ময়ো বহিলোঁ নীলা চিঞাঁহী আজি উন্মোচিত হোৱাৰ পথত প্ৰা…

শিলামূৰ্তি~ অনুভৱ-প্ৰিয়ম মিৰি

সেই প্ৰাচীন শিলটো শিলামূৰ্তিলৈ ৰূপান্তৰিত হোৱাৰ পৰা মানুহৰ লানি নিছিগা সোঁত তেতিয়াৰ পৰা এতিয়ালৈ শিলামূৰ্তি…

জীৱনৰ আবেলি- হিৰণ্য চেতিয়া গগৈ

আইয়ে কৈছে  এতিয়া জীৱনৰ আবেলি বেলা  সুন্দৰ ঘৰ খনৰ মূধৰ খুটা ভাগিছে আইয়ে শালিকি পুৱা সপোনত দেখিছে  গোঁসাই ঘৰত…

নিয়ৰ- ৰুমী কলিতা দত্ত

নিয়ৰ তুমি মুকুতাৰ মালা, টোপটোপ শব্দত মই আপোনভোলা । দুপাখি মেলি উৰি আঁহা ধৰাৰ বুকুলৈ  সপোন ৰচিবলৈ, ৰংচঙীয়া ম…

যাদুৰ পৰশৰ শাৰদ-বাণীকান্ত লহকৰ

চকু দুটা ডাঙৰকৈ মেলি বিৰিং বাৰাং অস্ফুট স্বৰত মূৰত মেঘৰ কলীয়া টুপী পিন্ধি নিশ্চয় যাদুৰ পৰশত শাৰদ টুপুৰ টা…

দিহিং পাটকাই-সান্নিধ্য শইকীয়া

সৌ সিদিনা অহা বাৰ্তাটো,, দিহিং পাটকাই বৰ্ষাৰণ্যৰ বাবে অশ্ৰুৰ আলিংগন।। প্ৰকৃতি আৰু পশুকুলৰ সকলো সম্বন্ধ,, …

মাটিৰ মানুহ আমি - ৰীতামণি বৰদলৈ

মাটিৰ মানুহ আমি, দু:সময়ত কেতিয়াবা  চৌপাশৰ কোলাহল আৰু অস্হিৰতাত বিভ্ৰান্ত হ'লেও হেৰুওৱা নাই স্হিতি কা…

সুখানুভূতি ~ অণুগল্প - কানন বৰুৱা

আজি নিশাৰ মুখত এটি প্ৰষ্ফুটিত পোহৰে আৱৰি আছিল।কথাবোৰতো বেছ সুখানুভুতিৰ ভাব প্ৰকট হৈছিল। নিশাৰ মুখলৈ চাই মাল…

বিদায় ~ গল্প -অঞ্জন আকাশ

আজি দেওবাৰ। খগেনৰ অফিছ বন্ধ। ৰাতিপুৱা চাহৰ জুতি লৈ বাৰাণ্ডাতে বহি তেখেতে বাতৰি কাকতখনত চকু ফুৰাই আছিল। এনে…

সাৰঙ্গ ~ গল্প - হিৰণ্যময়ী বৰুৱা

মহাভাৰতৰ দিনৰে সাৰঙ্গ পখীৰ নাম সকলোৱে শুনিছিল। এই সাৰঙ্গ পখীৰ কথাকে বাক্যত বিকয় গৈ ক'বলৈ আগবাঢ়িছো। …

উজাগৰী পূৰ্ণিমা-ৰুমী কলিতা দত্ত

শৰতৰ সেমেকা পূৰ্ণিমা ৰাতি চোতালত অকলশৰে বহি চাই ৰওঁ তৰাৱলীৰ খেল । ডাৱৰে ঢাকে আকাশৰ গৰ্ভ তৰাবোৰে চকু টিপিয়াই…

উপলব্ধি ~ গল্প - ৰীতামণি বৰদলৈ

সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পাছত খবৰটো সমগ্ৰ চহৰখনতে বিয়পি পৰিছিল। আৰক্ষীৰ দল আহি খানাতালাচী চলোৱাৰ…

শৰৎ - পৰিস্মিতা তালুকদাৰ

কহুঁৱাৰ উল্লাসৰ জোৱাৰ তুলি ঘন কুঁৱলীৰ বুকুফালি দুৱাৰদলিত শৰৎ । সেউজীয়া দুৱৰীত শুকুলা শেৱালিৰ দলিচাত সৰে নিয়…

জীৱন - ৰাহুল লহকৰ

মৃত্যুৰ পিছত একো নাই বুলি কোনে ক’ব পাৰে? য’ত একো নাই কিজানি তাতেই একোটা জীৱন সোমাই থাকে শূণ্য হয় য’ত হাতৰ …

এটা দুষ্ট গাধৰ কাহিনী ~চানেকিৰ শিশু চ'ৰা ( শিশুবোৰ ফুলৰ দৰে ) - হেমেন হাজৰিকা

এখন দেশত এজন ধনী সদাগৰৰ এটা গাধ আছিল | সদাগৰজনে গাধটোক মৰমো কৰিছিল | গাধৰ পিঠিত চাউলৰ বস্তা বোজাই দি এখন…

বিষাদ - প্ৰজ্ঞা দেৱী ভূঞা

বুকুৱেদি বিষাদ এটা উজাই আহিছে; আশাৰ বোকোচাত উঠি সপোনবোৰ দুলিছে নৈৰাশ্যৰ অৰণ্যত কোলাহলবোৰ নিঃশব্দে ঝুলিছে অই…

ভুল ~ অণুগল্প - ঊষাৰাণী দেৱী

আজি দুৰ্গা দেৱীৰ ষষ্ঠী পূজা ৷ঘৰৰ ওচৰতে থকা পূজা মণ্ডপত উখল-মাখল লাগিছে ৷ডাঙৰৰ পৰা সৰুলৈকে চুবুৰীটোৰ সকলোৱে …

কলিজা - ৰুমী কলিতা দত্ত

হৃদয় জুৰুৱা এটি শব্দ - কলিজা  মন পৰশা অবুজ শিহৰণ- আলিংগন জনম জনম হৃদয়ৰ যন্ত্ৰণা !! বুজিও নুবুজা বহনা... যৌ…

অভিসাৰ-ছৈদুল কুৰেছী

তোমাৰ বাৰু মনত আছেনে?  সৌ সিদিনাৰ কথা । যিদিনা তুমি মই পাৰ্কত বহি  কৰিছিলো প্ৰেমৰ অভিসাৰ। প্ৰতিজ্ঞা কৰিছিলা…

শোকাকুল হিয়া-অমৰ নায়ক

আজৰি সময়বোৰও কেতিয়াবা  তিব্ৰ গতিৰে হত্যা কৰে ব্যাকুলতাৰ সীমাত বাস কৰা যাযাবৰ হিয়াক, প্ৰবল বিষাদবোৰও কেতিয়াব…

নাজনীন ~ গল্প - মীনা পামে গাম

জনাৰ্ডনৰ জীয়ৰি নিশিতা মহাবিদ্যালয়ৰ শেষ বৰ্ষৰ ছাত্ৰী । তাইৰ পঢ়াতকৈ সংগীতত ৰাপ বেছি আছিল আৰু ধুনীয়া গীত গায় …

Load More That is All